Advertisment
Advertisment

Top Stories

Assam

Advertisment

NorthEast

National

THUMB
Assamese

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে। ক্ষোভিত হৈ অনুৰাগীয়ে দলিয়ালে চকী, পানীৰ বটল। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি। ১২ হাজাৰ টকাৰে টিকট কৰি ১০ মিনিট সময়ো তাৰকা ফুটবলাৰ মেছিক চাবলৈ নাপায় খঙত অগ্নিশৰ্মা হ'ল হাজাৰ হাজাৰ অনুৰাগী।
1 Min read
Advertisment

International

THUMB
Assamese

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে, খঙত ভাঙিলে চকী

মেছিক চাবলৈ নাপালে অনুৰাগীয়ে। ক্ষোভিত হৈ অনুৰাগীয়ে দলিয়ালে চকী, পানীৰ বটল। কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি। ১২ হাজাৰ টকাৰে টিকট কৰি ১০ মিনিট সময়ো তাৰকা ফুটবলাৰ মেছিক চাবলৈ নাপায় খঙত অগ্নিশৰ্মা হ'ল হাজাৰ হাজাৰ অনুৰাগী।
1 Min read

Politics

Advertisment

Business

Advertisment

Science/Tech

Assamese

Thumb
Assamese

IPL ২০২৬ৰ নিলামত টকাৰ বৰষুণ

IPL ২০২৬ৰ নিলামত অভিলেখ অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণৰ। IPL ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈৰূপে পৰিগণিত হ'ল গ্ৰীণ। আবুধাবিত আজি অনুষ্ঠিত নিলামত ২৫.২০ কোটি টকাত KKR-এ ক্ৰয় কৰিলে গ্ৰীণক। 
2 Min read
Thumb
Assamese

লজ্জাজনক! সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ

ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পট গোপীনাথক POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ জে’ললৈ। 
2 Min read
Thumb
Assamese

বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বুলড'জাৰ নহয় এইবাৰ কোৰ বেলচা লৈ উচ্ছেদ চলালে প্ৰশাসনে। ৪ দিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযানত ২৩০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।
2 Min read
Thumb
Assamese

নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

পাঁচটাকৈ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে ২০ ডিচেম্বৰৰ বিয়লি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে কৰিব মত বিনিময়। 
1 Min read
THUMB
Assamese

কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ

বিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান।
2 Min read
WhatsApp Image 2025-12-16 at 2.03.19 PM
Assamese

চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা

এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল। প্ৰায় ডেৰ ফুট দীঘল জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণত চাঞ্চল্য। একাংশৰ দাবী এয়া ৰজাদিনীয়া জোতা। জাগুণৰ ৰাকেশ দাসে ভাতৃৰ সৈতে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এই প্ৰকাণ্ড জোতাপাত।
1 Min read
WhatsApp Image 2025-12-16 at 1.49.13 PM
Assamese

বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

আকৌ আহিল জোনবিল মেলা। মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। 
2 Min read
THUMB
Assamese

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি!

মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ আছু আৰু ৰাইজৰ। অতি নিম্ন পৰ্যায়ৰ কামেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
1 Min read
THUMB
Assamese

অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ

শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। পূৰ্বে নাও চলাচল কৰা ঠাইত এতিয়া ব্ৰহ্মপুত্ৰৰে চলিছে দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী।
2 Min read
THUMB
Assamese

আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি

আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি। প্ৰথমটো শুনানিত ভাৰ্চুৱেলী হাজিৰ কৰা হ’ব জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তক।
2 Min read