Assamese প্ৰথমে পিতৃ-পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই..., ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য সন্তান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজৰ সন্তানক প্ৰস্তুতি চলাবলৈ কোৱাটোৱেই কাল হ'ল পিতৃৰ। প্ৰথমে পিতৃ- পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই হত্যা।
Assamese ভয়ংকৰ, শোকাৱহ! বিমান দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যু পুনৰ দেশ জোকাৰি ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত ৭জনকৈ লোকৰ মৃত্যু। ঝাৰখণ্ডৰ ছাট্ৰাৰ ছিমাৰিয়াত ভূপতিত এয়াৰ এম্বুলেঞ্চ। ৰাঁছিৰ পৰা দিল্লী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন।
Assamese আচৰিত! মুছলমান বাবেই মহিলাৰ পৰা কম্বল কাঢ়ি নিলে বিজেপি নেতাই নৰেন্দ্ৰ মোদীক গালি-গালাজ পাৰিলে নাপায় উপহাৰ! বিতৰ্কৰ মাজত বিজেপিৰ এগৰাকী প্ৰাক্তন সাংসদ। মুছলমান হোৱা বাবেই এগৰাকী মহিলাৰ পৰা কম্বল কাঢ়ি নিলে বিজেপি নেতাই।
Assamese পুনৰ উত্তৰ-পূবৰ তিনি যুৱতীক চৰম অপমান ৰাজধানী দিল্লীত ! দক্ষিণ দিল্লীৰ মালভিয়া নগৰত ভাড়াতীয়া হিচাপে থকা অৰুণাচল প্ৰদেশৰ তিনিগৰাকী যুৱতীক চৰম অপমান কৰাৰ অভিযোগ একেটা ফ্লেটত থকা আন ভাড়াতীয়াৰ বিৰুদ্ধে।
Assamese প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ পৰলোকপ্ৰাপ্তি। ৰাজনৈতিক মহলত শোকৰ ছাঁ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ মৃত্যু। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। বহুদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
Assamese নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিহত ১৭জন, আহত ২৪জন এক দুখজনক খবৰ। নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা। খবৰ অনুসৰি এতিয়ালৈকে ভয়ংকৰ বাছ দুৰ্ঘটনাত ১৭জন লোক নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় ২৪ জন লোক।
Assamese বিশ্বকাপৰ মহাৰণ, হাইভল্টেজ মেচত আজি ভাৰতৰ সম্মুখত দক্ষিণ আফ্ৰিকা টি-২০ বিশ্বকাপত আজি চুপাৰ ৮ৰ মহাৰণ। হাইভল্টেজ মেচত আজি ভাৰতৰ সম্মুখত দক্ষিণ আফ্ৰিকা। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন।
Assamese ভোটৰ সময়ত ভোটাৰক দিয়া টকা, উপহাৰ ঘূৰাই বিচাৰি পৰাজিত প্ৰাৰ্থীৰ হাহাকাৰ তেলেংগানাৰ পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এসপ্তাহ পিছতেই ৰাজ্যখনত সৃষ্টি হৈছে এক অদ্ভুত ঘটনা। নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থীয়ে এতিয়া ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিতৰণ কৰা টকা, উপহাৰ ঘূৰাই বিচাৰি লগাইছে হাহাকাৰ।
Assamese ছাকিৰা আহিব বিশ্ববিখ্যাত পপ তাৰকা ছাকিৰা পুনৰ ভাৰতলৈ আহিব। প্ৰায় ১৯ বছৰৰ এক দীঘলীয়া বিৰতিৰ অন্তত ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে ছাকিৰা। চলিত বৰ্ষৰ এপ্ৰিল মাহত ছাকিৰাই মুম্বাই আৰু দিল্লীত দুটাকৈ বিশাল কনচাৰ্টত অংশগ্ৰহণ কৰিব।
Assamese হাৰ্দিক পাণ্ডিয়াৰ এটা শ্বট আৰু...আঘাতপ্ৰাপ্ত টীম ইণ্ডিয়াৰ ষ্টাৰ বলাৰ কাইলৈ চুপাৰ ৮ত টীম ইণ্ডিয়াৰ প্ৰথমখন খেল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। কিন্তু মেচখনৰ পূৰ্বেই আজি অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে তাৰকা পেচাৰ মহম্মদ চিৰাজ।