Advertisment

Assamese

1
Assamese

মুখ্যমন্ত্ৰীৰ সম্মুখত জুবিনৰ ন্যায় বিছাৰি অনুৰাগীৰ প্ৰতিবাদ

আমাক জুবিনদাৰ ন্যায় লাগিবই...। মুখ্যমন্ত্ৰীৰ সন্মুখতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুৰাগীৰ প্ৰতিবাদ। নলবাৰীৰ টিহু নগৰৰ মাজমজিয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত হাতে হাতে বেনাৰ-পোষ্টাৰ, জুবিনৰ ফটো লৈ জুবিনৰ ন্যায় বিছাৰিলে অনুৰাগীয়ে।
1
Assamese

'উপযুক্ত সন্মান অবিহনে মিত্ৰতা অসম্ভৱ, মই স্বাভিমানক বিশ্বাস কৰো'-অখিল গগৈ

'গৌৰৱ গগৈৰ ওচৰত যদি লুৰীণজ্যোতি শিৰণত হৈছে সেয়া নাজানো। কিন্তু অখিল গগৈ কেতিয়াও কাৰো ওচৰত শিৰণত নহয়। মই জাতীয়তাবাদক বিশ্বাস কৰো, স্বাভিমানক বিশ্বাস কৰো।
2 Min read
1
Assamese

২০২৪ৰ বিশ্বকাপৰ খেলিবলৈ সুযোগ নাপালো, তেতিয়াই সপোন দেখিছিলো...

ক্ৰিকেট সচাকৈয়ে অনিশ্চয়তাৰ খেল। ২২ গঁজে কেতিয়া আপোনাক হিৰো সজাই আৰু কেতিয়া জি'ৰ বুজাটো কঠিন। সৌ-সিদিনালৈকে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভৰ পৰাও বঞ্চিত হৈছিল সঞ্জু চেমছন। এইজন সঞ্জু চেমছনেই আজি টীম ইণ্ডিয়াৰ বিশ্ববিজয়ৰ অন্যতম নায়ক। 
2 Min read
iran
Assamese

তীব্ৰতৰ হ’ব ইৰান-ইজৰাইলৰ যুদ্ধ! আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ পুত্ৰৰ

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল নতুন নেতা কোন হ’ব। বহু অপেক্ষাৰ শেষত আয়াতুল্লাৰ পুত্ৰ মোজতাবা খামেনিক ইৰানৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে।
1 Min read
1
Assamese

বিশ্ববিজয়ৰ পাছতেই টীম ইণ্ডিয়াক অভিনন্দন কেপ্তেইন কুলৰ

চেম্পিয়ন ভাৰত, বিশ্ববিজয়ী ভাৰত। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই ইতিহাস ৰচাৰ পাছতেই টীম ইণ্ডিয়াক শুভেচ্ছা মহেন্দ্ৰ সিং ধোনীৰ। 
2 Min read
1
Assamese

'ভগৱানে লিখাবোৰ কোনেও সলাব নোৱাৰে, আজি মই বিশ্ব চেম্পিয়ন'

HISTORY REPEAT, HISTORY DEFEAT। ইতিহাস ৰচি তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া। জয়ৰ অন্তত আৱেগিক মহম্মদ ছিৰাজে ক'লে- প্ৰথম অৱস্থাত টি-২০ দলত মোৰ স্থান নাছিল আৰু আজি মই বিশ্ব চেম্পিয়ন'।
2 Min read
chattisgarh
Assamese

অবৈধ আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা!

ছত্তিশগড়ৰ দুৰ্গ জিলাত আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা। ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে তাৎক্ষণিকভাৱে বিজেপি নেতাগৰাকীক দলৰ পৰা নিলম্বন কৰিলে।
2 Min read
THUMB
Assamese

দুলীয়াজানত চাঞ্চল‍্যকৰ ডকাইতি

দুলীয়াজানৰ ভাদৈ পাঁচআলিত সংঘটিত এক চাঞ্চল‍্যকৰ লুটপাতৰ ঘটনা। ৪ জনীয়া ডকাইতৰ দলে গহনাৰ ব্যৱসায়িক লুটপাত চলোৱাৰ ভয়ংকৰ খবৰ পোহৰলৈ। ডকাইতৰ দলে লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ।
1 Min read
1
Assamese

'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

HISTORY REPEAT, HISTORY DEFEAT টীম ইণ্ডিয়াৰ। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ ক্ৰিকেটত ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে।
2 Min read
zubeen garg
Assamese

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এখন বিহু সন্মিলনে ল'লে ডাঙৰ সিদ্ধান্ত

অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্য়ৰ এখন বিহু সন্মিলনে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত।
2 Min read
Advertisment