Advertisment

খেলা

1
Assamese

২০২৪ৰ বিশ্বকাপৰ খেলিবলৈ সুযোগ নাপালো, তেতিয়াই সপোন দেখিছিলো...

ক্ৰিকেট সচাকৈয়ে অনিশ্চয়তাৰ খেল। ২২ গঁজে কেতিয়া আপোনাক হিৰো সজাই আৰু কেতিয়া জি'ৰ বুজাটো কঠিন। সৌ-সিদিনালৈকে টীম ইণ্ডিয়াৰ মূল একাদশত স্থান লাভৰ পৰাও বঞ্চিত হৈছিল সঞ্জু চেমছন। এইজন সঞ্জু চেমছনেই আজি টীম ইণ্ডিয়াৰ বিশ্ববিজয়ৰ অন্যতম নায়ক। 
2 Min read
1
Assamese

বিশ্ববিজয়ৰ পাছতেই টীম ইণ্ডিয়াক অভিনন্দন কেপ্তেইন কুলৰ

চেম্পিয়ন ভাৰত, বিশ্ববিজয়ী ভাৰত। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই ইতিহাস ৰচাৰ পাছতেই টীম ইণ্ডিয়াক শুভেচ্ছা মহেন্দ্ৰ সিং ধোনীৰ। 
2 Min read
1
Assamese

'ভগৱানে লিখাবোৰ কোনেও সলাব নোৱাৰে, আজি মই বিশ্ব চেম্পিয়ন'

HISTORY REPEAT, HISTORY DEFEAT। ইতিহাস ৰচি তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া। জয়ৰ অন্তত আৱেগিক মহম্মদ ছিৰাজে ক'লে- প্ৰথম অৱস্থাত টি-২০ দলত মোৰ স্থান নাছিল আৰু আজি মই বিশ্ব চেম্পিয়ন'।
2 Min read
1
Assamese

'HISTORY REPEAT, HISTORY DEFEAT', টি-২০ বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

HISTORY REPEAT, HISTORY DEFEAT টীম ইণ্ডিয়াৰ। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপত চেম্পিয়ন মেন ইন ব্লু। মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ পিছত টি-২০ ক্ৰিকেটত ইতিহাস লিখিলে সূৰ্য কুমাৰ যাদৱে।
2 Min read
1
Assamese

টীম ইণ্ডিয়াৰ বেটাৰৰ ৰানৰ বৰষুণ, নিউজীলেণ্ডক ২৫৬ ৰানৰ বিশাল লক্ষ্য ভাৰতৰ

টীম ইণ্ডিয়াৰ বেটাৰৰ ৰানৰ বৰষুণ। ২০ অভাৰত ৫টা উইকেট হেৰুৱাই টীম ইণ্ডিয়াৰ সংগ্ৰহ ২৫৫ ৰান। নিউজীলেণ্ডক ২৫৬ ৰানৰ বিশাল লক্ষ্য বান্ধি দিলে ভাৰতে। ভাৰতৰ হৈ সঞ্জু ছেমছনৰ বেটেৰে আহিল সৰ্বাধিক ৮৯ ৰান।
1
Assamese

ফাইনেলৰ মহাৰণ, টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজিলেণ্ডৰ

টি-২০ বিশ্বকাপৰ ফাইনেলত সমুখসমৰত ভাৰত-নিউজীলেণ্ড। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত নিউজীলেণ্ডৰ। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপৰ খিতাপ দখলৰ লক্ষ্যৰে ২২ গজত নমা টীম ইণ্ডিয়াৰ মূল একাদশত নাই কোনো সালসলনি।
1
Assamese

কাউণ্টডাউন আৰম্ভ ! ইতিহাস সলনিৰ লক্ষ্যৰে আজি ২২ গঁজত নামিব টীম ইণ্ডিয়া

কাউণ্টডাউন আৰম্ভ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা। ৭ বজাৰ লগে লগে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ২২ গঁজত মুখামুখি হ'ব ভাৰত-নিউজিলেণ্ড।
2 Min read
1
Assamese

লক্ষ্য বিশ্বকাপৰ ট্ৰফী, আজি ফাইনেলত ভাৰত-নিউজিলেণ্ডৰ মহাৰণ

আজি বহুপ্ৰত্য়াশিত টি-২০ বিশ্বকাপৰ ফাইনেল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি সমুখসমৰত ভাৰত-নিউজিলেণ্ড। তৃতীয়বাৰলৈ টি-২০ বিশ্বকাপ জয়ৰ লক্ষ্যৰে আজি ২২ গঁজত নামিব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। 
1 Min read
1
Assamese

'যশ্বী যেচা কোই নহী', ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া

থ্ৰিলাৰ, ৰোমাঞ্চকৰ! যশ্বী যেচা কোই নহী', অথলে গ'ল জেকৱ বেথেলৰ বিস্ফোৰক শতক। হাইভল্টেজ খেলত  ইংলেণ্ডক ৭ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়া। '
2 Min read
india vs england
Assamese

লক্ষ্য বিশ্বকাপৰ ট্ৰফী, ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ..

ভাৰত আৰু ইংলেণ্ডৰ ছেমিফাইনেল খেলখনত ৭ ৰানত জয়ী টীম ইণ্ডিয়া। ভাৰতে প্ৰথমে বেটিং কৰি ইংলেণ্ডক ২৫৪ ৰানৰ লক্ষ্য বান্ধি দিছিল। ভাৰতীয় দলৰ হৈ সঞ্জু ছেমছনে মাত্ৰ ৪২টা বলত ৮৯ ৰান সংগ্ৰহ কৰে।
1 Min read
Advertisment