Assamese ৫ বছৰৰ অপেক্ষাৰ অন্ত! ICC ৰেংকিঙৰ শীৰ্ষস্থানত পুনৰ বিৰাট কোহলী ICC ৰেংকিঙৰ শীৰ্যস্থানত বিৰাট কোহলী। দীৰ্ঘবিৰতিৰ অন্তত ৭৮৫ ৰেটিং পইণ্টেৰে বিৰাট কোহলীয়ে দখল কৰে শীৰ্ষস্থান। দ্বিতীয় আৰু তৃতীয় স্থানত নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু ৰোহিত শৰ্মা।
Assamese নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰ টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে জুৰুলা কৰিছে টীম ইণ্ডিয়াক। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ'ল অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰ। ৱাশ্বিংটনৰ ঠাইত টীম ইণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আয়ুষ বদোনীক।
Assamese অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী নীলা জাৰ্চিত আকৌ এবাৰ দেখিবলৈ পাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। আজি ২২ গজৰ যুঁজত নামিব দুই তাৰকা। অৱশ্যে আঘাতৰ বাবে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল ঋষভ পণ্ট।
Assamese অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন টি-২০ বিশ্বকাপ খেলাৰ সপোন ভংগ হ'ব পাৰে তাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাৰ। পেটৰ তীব্ৰ বিষৰ বাবেই নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হ'ব পাৰে ক্ৰিকেটাৰ গৰাকী।
Assamese বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ! ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। কিন্তু বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ পূৰ্বে ICCৰ দ্বাৰস্থ হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে।
Assamese টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড! নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতেই দললৈ প্ৰত্যাৱৰ্তন অধিনায়ক শুভমন গিল, উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ। কিন্তু দলত স্থান নাপালে ৰুতুৰাজ গায়কোৱাডে।
Assamese কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশ বিৰুদ্ধে কঠোৰ হ’ল BCCI। ভাৰতৰ সৈতে বাঢ়ি অহা সংঘাতৰ পাছতে IPLত নিষিদ্ধ হ’ল বাংলাদেশৰ খেলুৱৈ। BCCI-এ গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।
Assamese বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড ২৫ জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি-২০ মেচ। ভাৰত-নিউজিলেণ্ড টি-২০ শৃংখলাৰ তৃতীয়খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। ১ জানুৱাৰীৰ পৰা BookMyShowৰ জৰিয়তে উপলব্ধ হ’ব টিকট।
Assamese অপেক্ষাৰ অন্ত! ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী আজিৰে পৰা আৰম্ভ হ'ল BCCIৰ ঘৰুৱা টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফী। বিজয় হাজাৰে ট্ৰফীৰ জৰিয়তে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। সুদীৰ্ঘ ৭ আৰু ১৫ বছৰৰ অন্তত ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী।
Assamese টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল টি-২০ বিশ্বকাপৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ১৫ জনীয়া দল ঘোষণা BCCIৰ। অক্ষৰ পেটেলক টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ দায়িত্ব। দীৰ্ঘবিৰতিৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঈশান কিষানৰ।