Assamese 'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ 'Worldwide Book of Records'ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল অসম সন্তান মানসজ্যোতি তালুকদাৰ। 'The Cubic Methods' নামৰ এখন কিতাপ ৰচনা কৰি বিশ্ব অভিলেখ গঢ়িলে দক্ষিণ কামৰূপৰ মানসজ্যোতিয়ে।
Assamese ভয়ংকৰ! ৰানৱে'ৰ পৰা পিছলি সাগৰত পৰিল বিমান পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে এইবাৰ ৰানৱে’ৰ পৰা পিচলি সাগৰত পৰে এখন বিমান। হংকং আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত এই বিমান দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ খবৰ।
Assamese কাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ ধনতেৰাছত মাটি-বাৰী, গাড়ী-গহনা ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? ধনতেৰাছৰ বিশেষ নক্ষত্ৰমণ্ডল কেতিয়া হয়? ধনতেৰাছত কি কি সামগ্ৰী কিনিলে পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ?
Assamese ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়ক- উচ্চতম ন্যায়ালয় বিয়াৰ পাছত স্বামীক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। স্বামী-স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। বিবাহ বিচ্ছেদৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ।
Assamese চাকৰি নাই, বিপদ পৰিছে নেকি? চিন্তা নকৰিব, ১ লাখ টকাৰে আৰম্ভ কৰক এইকেইটা ব্যৱসায়... মাত্ৰ ১ লাখ টকা যোগাৰ কৰক। কৰক এইকেইটা ব্যৱসায়। লাহে লাহে আপুনিও এদিন হৈ পৰিব উদ্যোগপতি। বহুতেই চাকৰি এৰি আগ্ৰহী হৈছে ব্যৱসায়ৰ প্ৰতি। ১ লাখ টকাত কি কি ব্যৱসায় কৰিব পাৰিব আপুনি?
Assamese ২০২৩ত দেশত অপৰাধৰ সংখ্যা ৭.২%লৈ বৃদ্ধি! NCRBৰ উদ্বেগজনক তথ্য দেশত বৃদ্ধি পাইছে গুৰুতৰ অপৰাধজনিত ঘটনাৰ সংখ্যা। ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য। ২০২৩ বৰ্ষত পঞ্জীয়ন ৬২ লাখৰো অধিক গুৰুতৰ অপৰাধৰ গোচৰ।
Assamese এবছৰত থাকে ১৩ মাহ! ২০২৫ত উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ। পৃথিৱীৰ এখন দেশ যিখন দেশে বছৰত ১৩ মহীয়া কেলেণ্ডাৰ ব্যৱহাৰ কৰে। বিশ্বৰ আন আন দেশৰ পৰা প্ৰায় ৭-৮ বছৰ পিছ পৰি আছে দেশখন। এই বৰ্ষত দেশখনে উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ।
Assamese আজি কৃষ্ণ জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত আকাশ-বতাহ আজিৰ এই বিশেষ দিনটোতেই মাতৃ দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা হৃদয় পূৰণ কৰিবলৈ পৃথিৱলৈ আগমন ঘটিছিল ভগৱান শ্ৰীকৃষ্ণৰ।
Assamese ৬ হাজাৰ নহয় PM KISANৰ হিতাধিকাৰীলৈ বছৰি ১২ হাজাৰ টকা! কোন কোন কৃষকৰ বাবে এই সুবিধা? দেশৰ কেন্দ্ৰীয় চৰকাৰে কৃষকক বছৰি ৬ হাজাৰ টকাকৈ দিয়া হয় যদিও এখন ৰাজ্যই একাংশ কৃষকক বছৰি অতিৰিক্ত ৬ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে। কোন কৃষকৰ বাবে এই সুবিধা?
Assamese কবিৰ কবিতাত জী উঠে জীৱন! জ্ঞানপীঠ বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ ওপজা দিনত ওলগ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, কাব্যঋষি নীলমণি ফুকনৰ আজি ওপজা দিন। কাব্যঋষিৰ ওপজা দিন উপলক্ষ্যে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত বৰ্ণাঢ্য আয়োজন।