Advertisment
Advertisment
Advertisment

Top Stories

Assam

Advertisment

NorthEast

National

Advertisment

International

Politics

Advertisment

Business

Advertisment

Science/Tech

Assamese

1
Assamese

গতা মাৰি উলিয়াই দিব লাগিছিল, কিন্তু ...! কোন হিৰো হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে?

ৰেজাউল কৰিম সৰকাৰক গৌৰৱ গগৈয়ে দলৰ পৰা গতা মাৰি উলিয়াই দিব লাগিছিল। কিন্তু গৌৰৱ গগৈৰ সাহসেই নহ’ল। এতিয়া ৰেজাউল কৰিমে নিজেই পদত্যাগ কৰি গাঁৱত গৈ ক’ব মই ডাঙৰ হিৰ’ হৈ গ’লোঁ। ৰেজাউল কৰিম সৰকাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
1 Min read
1
Assamese

কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক

‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই । ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ  বিস্ফোৰণ মহম্মদ আলি খলিফাৰ।
2 Min read
1
Assamese

৫ বছৰৰ অপেক্ষাৰ অন্ত! ICC ৰেংকিঙৰ শীৰ্ষস্থানত পুনৰ বিৰাট কোহলী

ICC ৰেংকিঙৰ শীৰ্যস্থানত বিৰাট কোহলী। দীৰ্ঘবিৰতিৰ অন্তত ৭৮৫ ৰেটিং পইণ্টেৰে বিৰাট কোহলীয়ে দখল কৰে শীৰ্ষস্থান। দ্বিতীয় আৰু তৃতীয় স্থানত নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু ৰোহিত শৰ্মা।
1
Assamese

'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰ

সুখকৰ নহ’ল ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক যাত্ৰা। দুদিন ৰাজনীতিৰ সোৱাদ লৈয়েই কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। কংগ্ৰেছত যোগদানৰ পিছতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন।
2 Min read
1
Assamese

ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ?

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত শুনানি। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে তদন্তৰ প্ৰতিবেদন। কি পৰিস্থিতিত মৃত্যুক আকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে?
THUMB
Assamese

সংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যু

উৰুকাৰ পুৱাই বিদায় মাগিলে ভূপেনদাৰ মৰমৰ কণভাইটিয়ে। সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। পুৱা ৮.৪৫ বজাত নিজৰাপাৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীজনৰ।
THUMB
Assamese

আজি ভোগালীৰ উৰুকা

আজি মাঘ বিহুৰ উৰুকা। ভোগালীৰ উৰুকা মানেই লগে ভাগে এসাঁজ খোৱাৰ আনন্দ, স্ফূৰ্তি। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে-ভাগে এসাঁজ খাবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। 
1 Min read
1
Assamese

গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...

গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰ। 
2 Min read
1
Assamese

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰ

টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে জুৰুলা কৰিছে টীম ইণ্ডিয়াক। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ'ল অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰ। ৱাশ্বিংটনৰ ঠাইত টীম ইণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আয়ুষ বদোনীক।
1
Assamese

সাৱধান! Googleত  ছাৰ্চ নকৰিব এইবোৰ বিষয়

গুগল আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আটাইতকৈ দ্ৰুত আৰু নিৰ্ভৰযোগ্য আহিলা হৈ পৰিছে। কিন্তু এটা সৰু ভুলে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে! 
2 Min read