Assameseনিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰটি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে জুৰুলা কৰিছে টীম ইণ্ডিয়াক। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ'ল অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰ। ৱাশ্বিংটনৰ ঠাইত টীম ইণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আয়ুষ বদোনীক। Mrinmoy Talukdar Jan 12, 2026 16:53 ISTFile Photo 1/6টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে জুৰুলা কৰিছে টীম ইণ্ডিয়াক 2/6নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ'ল অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰ 3/6প্ৰথমখন এদিনীয়াত বলিংঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৱাশ্বিংটনAdvertisment 4/6ৱাশ্বিংটনৰ ঠাইত টীম ইণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আয়ুষ বদোনীক 5/6ৰাজকোটত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন এদিনীয়াৰ পূৰ্বে ভাৰতীয় দলত যোগদান কৰিব বদোনীয়ে 6/6উল্লেখ্য যে প্ৰথম এদিনীয়াৰ পূৰ্বেই আঘাতপ্ৰাপ্ত হৈ দলৰ পৰা বাহিৰ হৈছিল ঋষভ পণ্টAdvertismentAdvertisment Read the Next Article