Assamese শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ ডিমা হাচাওৰ হাৰাংগাজাওত অঘটন। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। মৃত ৩ শিক্ষাৰ্থীৰ দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ।
Assamese নাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড নাবালিকাৰে কু-কাণ্ড কৰা ৰাজদ্বীপ দাস বৰভূঞা নামৰ লম্পটক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। ২০২৪ৰ ১১ অক্টোবৰত নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
Assamese জুবিনৰ টকা কেনেকৈ সৰকাইছিল সিদ্ধাৰ্থে? বিস্ফোৰক তথ্য আছে মানস ৰবীনৰ হাতত। জুবিন গাৰ্গৰ সতীৰ্থ মানস ৰবীনৰ বিস্ফোৰণ। জুবিনৰ ধন আত্মসাতৰ বিস্ফোৰক প্ৰমাণ আছে মানস ৰবীনৰ হাতত। সেই প্ৰমাণ CIDক দিবলৈ সাজু জুবিন গাৰ্গৰ বন্ধু মানস ৰবীন।
Assamese সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। শীৰ্ষ খবৰ | ডিব্ৰুগড় | শিলচৰ | যোৰহাট | গুৱাহাটী | অসম
Assamese আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে? জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? গুৱাহাটী যোৰহাট শিলচৰ
Assamese চিকিৎসাৰ নামত ব্যৱসায়। ভুৱা চাৰ্টিফিকেট লৈ ১৫বছৰে ৰোগীক প্ৰতাৰণা। কোন এই শিলচৰৰ মুন্না ভাই MBBS? ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। শিলচৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক। পংকজ চৌধুৰী নামৰ এক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে।