Advertisment

নগাঁও

Thumb
Assamese

মধ্য অসমত পুৱাই আৰম্ভ হ’ল সৰ্ববৃহত্‍ উচ্ছেদ অভিযান

চৰকাৰী ভূমি দখল কৰা বেদখলকাৰীৰ নিস্তাৰ নাই। মধ্য অসমত পুৱাই আৰম্ভ হ’ল সৰ্ববৃহত্‍ উচ্ছেদ। বুলড’জাৰেৰে এফালৰ পৰা ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ। ঘৰ ভঙাৰ পাছতেই উচ্ছেদিতৰ মাজত হাহাকাৰ।
2 Min read
ub exam
Assamese

৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি

কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে পপী গায়নে। আজি ঘোষণা হোৱা অসম আৰক্ষীৰ সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন পপীয়ে।
1 Min read
বলীন বৰা
Assamese

দৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? বঞ্চিত সকলো চৰকাৰী আঁচনিৰ পৰা

বলীন বৰা দৃষ্টিহীন হোৱা বাবেই এখন আধাৰ কাৰ্ড বনাব নোৱাৰাৰ অভিযোগ। আধাৰ কাৰ্ড নথকাৰ বাবে সকলোবোৰ চৰকাৰী সুবিধাৰ পৰা নাম কৰ্তন অৰ্থাৎ বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটো।
1 Min read
Advertisment