Advertisment

তেজপুৰ

WhatsApp Image 2025-12-05 at 11.46.14 AM
Assamese

ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য!

প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।
1 Min read
WhatsApp Image 2025-11-22 at 4.38.28 PM
Assamese

ভয়ংকৰ! চলন্ত স্কুল বাছত অগ্নিকাণ্ড, তেজপুৰত কণ কণ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

তেজপুৰত চলন্ত স্কুল বাছত অগ্নিকাণ্ড। নিমিষতে শিক্ষাৰ্থীৰ মাজত লাগিল হাহাকাৰ। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা চলন্ত স্কুল বাছত এই শিহৰণকাৰী ঘটনা। ভয়ংকৰ ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী।
1 Min read
zubeen
Assamese

জুবিন অমৰ, এটা গান আজি প্ৰাৰ্থনা। সেই গান 'মায়াবিনী ৰাতিৰ বুকুত...'

এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। তেজপুৰ | ডিব্ৰুগড় | শীৰ্ষ খবৰ | যোৰহাট | গুৱাহাটী
2 Min read
THUMB
Assamese

শিল্পী তুমি তিনিও কালৰ, হস্তশিল্পী সপোন নেওগৰ দেহাৱসান

অৱশেষত জীৱন যুঁজত হাৰ মানিলে অসমৰ ৰাইন'মেন তথা 'মাষ্টাৰ ক্ৰাফটমেন' হিচাপে পৰিচিত লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন হস্তশিল্পী তেজপুৰ ডিপোটাৰ নিবাসী সপোন নেওগে।
2 Min read
thumb
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ।

ভিন্ন প্ৰান্তত ভদীয়া বানে লৈছে কালৰূপ। বানৰ ফলত ঠায়ে ঠায়ে ব্যাহত হৈছে জনজীৱন। সাধাৰণ ৰাইজ, পশুধনৰ মাজত হাহাকাৰ অৱস্থা। কোনো কোনো স্থানত ভূমিস্খলনৰ দৰে ভয়ংকৰ ঘটনা।
1 Min read
balipara flood
Assamese

বতৰৰ কালৰূপ, প্ৰবল বৃষ্টিপাতৰ ১০০ বছৰত নোহোৱা ঘটনা। বুৰ গ'ল কেইবাখনো গাওঁ

ৰাজ্যৰ ভিন্নপ্ৰান্তত অব্যাহত প্ৰচণ্ড ধুমুহা-বৰষুণ। শোণিতপুৰৰ চাৰিদুৱাৰ এতিয়া ভদীয়া বানৰ কবলত। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে চপালগা,বগীজুলি,দোৱাঙনি, দক্ষিনখিলা গাওঁ।
ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি।  ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।
Assamese

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

অসমত এক তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তেজপুৰ | উত্তৰ-পূৱ | অসম
2 Min read
তেজপুৰত ৰক্ষক ৰূপী আৰক্ষীয়ে ল'লে ভক্ষকৰ ৰূপ
Assamese

'বেজৰ নাকতে খৰ'... তেজপুৰত ৰক্ষক ৰূপী আৰক্ষী ল'লে ভক্ষকৰ ৰূপ

তেজপুৰ খাকী পোচাকত লাগিল দাগ।ডকাইতি,ধন লুট মাৰপিট গুণ্ডামিত নামিল এইবাৰ তেজপুৰ আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাৰ বিস্ফোৰক অভিযোগ তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে। (POLICE) উত্তৰ-পূৱ
1 Min read
Advertisment