Assamese গৰু ভৰ্তি বাহন ধৰিবলৈ গৈয়ো ঘূৰি আহিল BSF জোৱান! কিন্তু কিয়...? গৰু ভৰ্তি বাহন খেদি বজাৰৰ ব্যৱসায়ীৰ বাধাৰ সন্মুখীন হ'বলগীয়াত পৰিল BSF জোৱান! ত্ৰিপুৰা ছিপাহিজলা জিলাৰ সোণামূৰা গৰু বজাৰত চৰম উত্তেজনা। ক্ৰেতা-বিক্ৰেতাৰ মাজত সৃষ্টি হ'ল ক্ষোভ।
Assamese সীমান্তত আকৌ চলিল গুলী... BSFৰ গুলীত ২ নাবালক গুলীবিদ্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া ভাৰত-বাংলা সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতি। ত্ৰিপুৰা ছিপাহিজলা জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বক্সনগৰ পুতিয়াত BSFৰ গুলীত আহত হয় ২ নাবালক!
Assamese কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন... জুইত জ্বলি ছাই হৈ পৰে এজন ব্যক্তিৰ পাকঘৰ। যোগাযোগ কৰিও নাপালে অগ্নিনিৰ্বাপক বাহিনীক। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীলৈ ফোন কৰাৰ পিছতো ফোন ৰিচিভ নকৰাৰ অভিযোগ!
Assamese জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ! জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ! ত্ৰিপুৰাবাসীক আশ্বাস্ত কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই। প্ৰধানমন্ত্ৰীৰ ইংগিতৰ পিছতে চৰকাৰে কাম কৰিছে বুলি দাবী মাণিক সাহাৰ।
Assamese মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞা এয়াই সম্প্ৰীতি, এয়াই হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ। ত্ৰিপুৰাৰ এখন কালী পূজাত অংশ ল'লে ইছলাম ধৰ্মী ইউছুফ মিঞাই। কালী পূজালৈ অনুদান আগবঢ়াই ইউছুফ ক'লে- 'মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলো'।
Assamese কৰ্তব্যৰত অৱস্থাতেই সীমান্তত কৰুণ মৃত্যু BSF জোৱানৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক কৰুণ ঘটনা। সীমান্তত দেশবাাসীক পহৰা দি থকা অৱস্থাতেই মৃত্যুক আঁকোৱালি ললে এজন বি এছ এফ জোৱানে। বি এছ এফ জোৱানজনৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে। (ত্ৰিপুৰা)
Assamese ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায় ত্ৰিপুৰাৰ ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়। বাওঁপন্থী চৰকাৰে আৰম্ভ কৰা ১৫,৫০০টা পদৰ বাবে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিযুক্তি প্ৰক্ৰিয়াক স্বচ্ছ আৰু সাংবিধানিক বুলি অভিহিত কৰে সৰ্বোচ্চ ন্যায়ালয়ে।