Assamese কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশ পুনৰ অশান্ত বাংলাদেশ। ওচমান হাদিৰ মৃত্যুৰ খবৰৰ পাছতেই পুনৰ বাংলাদেশত সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। বাংলাদেশৰ প্ৰান্তে প্ৰান্ত প্ৰতিবাদকাৰীৰ মুখত শ্বেইখ হাছিনা আৰু ভাৰত বিৰোধী শ্ল'গান।
Assamese নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়ন আন্তঃৰাষ্ট্ৰীয় ভিক্ষাৰীৰ খ্যাতি অৰ্জন কৰিছে পাকিস্তানে। এইবাৰ ভিক্ষাৰীৰ অভিযোগত ভিন্ন দেশৰ পৰা বিতাড়ন হ'ল ৫১ হাজাৰ পাকিস্তানী। এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ নাক কটা গ'ল পাকিস্তানৰ।
Assamese পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা এটা ধৰ্মীয় লোকক বাচি বাচি হত্যা। ছিডনীত পাকিস্তানমূলৰ পিতা–পুত্রই সংঘটিত কৰিলে পহলগামৰ দৰে ভয়ংকৰ আক্ৰমণ। ছিডনীৰ গুলীচালনাত নিহতৰ সংখ্যা ১৬লৈ বৃদ্ধি।
Assamese মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি মুছলমান যুৱকৰ দুঃসাহসিকতা। সাহসী আহমদ আল আহমদে প্ৰাণ ৰক্ষা কৰিলে শ শ লোকৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰত আহমদৰ বীৰত্ব।
Assamese পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায় পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায়। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানত।
Assamese ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানত অনাকাংক্ষিত ঘটনা। পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ আহি এগৰাকী মহিলা সন্মুখীন হ’ল তিক্ত অভিজ্ঞতাৰ। সামাজিক মাধ্যমত মহিলাগৰাকীয়ে আপলোড কৰিলে এটা ভিডিঅ’। ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰশাসনক লৈও উত্থাপিত হৈছে বহু প্ৰশ্ন।
Assamese ভাৰতৰ সৈতে কি কি চুক্তি কৰিব পুটিনে? ৰাষ্ট্ৰপতি ভৱনত ভ্লাডিমিৰ পুটিনক উষ্ম আদৰণি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহুকেইজন কেবিনেট মন্ত্ৰীয়ে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক জনালে উষ্ম আদৰণি।
Assamese শ্রীলংকাত তাণ্ডৱ সৃষ্টি কৰা ডিটৱাহ এতিয়া ভাৰতত! প্ৰচণ্ড ধুমুহা আৰু প্ৰচুৰ বৰষুণত তচনচ হৈ পৰিছে দ্বীপৰাষ্ট্র। ডিটৱাহৰ তাণ্ডৱত এইপৰ্যন্ত ৩৩৪ জনৰ মৃত্যু। উত্তৰ তামিলনাড়ু, পুডুচেৰী, দক্ষিণ অন্ধ্রপ্রদেশৰ উপকূলৱৰ্তী অঞ্চলতো পৰিছে ডিটৱাহৰ প্ৰভাৱ।
Assamese দ্বীপৰাষ্ট্রত ঘূৰ্ণিবতাহ তাণ্ডৱত ৪৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত, ৬৯ জনৰ কৰুণ মৃত্যু শ্ৰীলংকাত চাইক্লো’ন ডিটৱাহৰ কালৰূপ। চাইক্লো’ন ডিটৱাহৰ ফলত শ্ৰীলংকাত বিপৰ্যয়। ভয়ংকৰ বানত বুৰিছে টোৰ পাছত সিটো অঞ্চল। চাইক্লো’ন ডিটৱাহৰ বিপৰ্যয়ত এতিয়ালৈকে ৬৯ জন লোকৰ মৃত্যু।
Assamese ডুবাইৰ এয়াৰশ্বত মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ যুদ্ধ বিমান 'তেজছ' দেশবাসীৰ বাবে দুখবৰ। ডুবাইৰ এয়াৰশ্বত ভাৰতীয় যুদ্ধ বিমানেৰে অঘটন। এয়াৰশ্বৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখন ভূ-পতিত হোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত।