Assamese চন্দ্ৰগ্ৰহণৰ সময়ত কি কৰিব লাগে আৰু কি কৰিব নালাগে? IMD-এ জাৰি কৰা অনুসৰি, ২০২৬ চনৰ ৩ মাৰ্চ (১২ ফাল্গুন, ১৯৪৭ শকাব্দ) তাৰিখে পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব। ভাৰতৰ অধিকাংশ স্থানৰ পৰা এই গ্ৰহণ দেখা যাব, যদিও দেশৰ একেবাৰে পশ্চিম প্ৰান্তৰ কিছুমান ঠাইত ইয়াক সম্পূৰ্ণভাৱে দেখা নাযাবও পাৰে।
Assamese প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'মন কী বাত' অনুষ্ঠানত এণ্টিবায়োটিক ঔষধক লৈ কৰিলে ডাঙৰ ঘোষণা আপুনিও এণ্টিবায়োটিক গ্ৰহণ কৰে নেকি ? বৰ্তমান সময়ত আমাৰ মাজত এক বদ অভ্যাস গঢ়ি উঠিছে আৰু সেয়া হৈছে সামান্য জ্বৰ, চৰ্দি বা কাহ হ’লেই চিকিৎসকৰ কোনো পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা এণ্টিবায়োটিক কিনি সেৱন কৰা হয়। আজিৰে পৰা সাৱধান হওক!
Assamese আহাৰ গ্ৰহণ কৰাৰ সময়ত আপুনিও ঘামে নেকি ? এয়া কিহৰ লক্ষণ ? জানো আহক... কিছুমান মানুহে খাদ্য খোৱাৰ সময়ত হঠাতে ঘামি উঠে। এই ঘামৰ বতৰৰ লগত কোনো মিল নাই। বতৰ গৰমে হওক বা ঠাণ্ডা, সাধাৰণ আহাৰে হওক বা বিশেষ টেঙা খাদ্য, মুঠৰ ওপৰত যিয়েই নাখাওক কিয় খোৱাৰ সময়তে কঁপাল, মুখ বা ডিঙি ঘামি যায় বহু মানুহৰ।
Assamese ফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ! কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।
Assamese কাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ ধনতেৰাছত মাটি-বাৰী, গাড়ী-গহনা ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? ধনতেৰাছৰ বিশেষ নক্ষত্ৰমণ্ডল কেতিয়া হয়? ধনতেৰাছত কি কি সামগ্ৰী কিনিলে পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ?
Assamese আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ কৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য-পানী গ্ৰহণ কৰে।
Assamese কফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত। দুইৰ পৰা তিনি কাপ কফিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন। আপুনি যদি সঠিক পদ্ধতিত কফি খায়, তেন্তে লিভাৰৰ ৰোগ যেনে লিভাৰ চিৰ'ছিছ আৰু লিভাৰ কেঞ্চাৰৰ আশংকা কমি যায়।
Assamese আজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা আজিৰ এই পৱিত্ৰ দিনটোতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ। দেৱী মা লক্ষ্মীৰ আগমনত ধৰাৰ বুকু শস্য-শ্যামলা হৈ পৰে। পবিত্ৰ মনেৰে মা লক্ষ্মীৰ পূজা কৰিলে বৃদ্ধি পায় সুখ-সমৃদ্ধি।
Assamese ক'ভিদৰ পিছত এইবাৰ এমিবা ভাইৰাছৰ সন্ত্ৰাস কেৰালাত ত্ৰাসৰ সৃষ্টি কৰিছে এমিবা ভাইৰাছে। এইপৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত ১৯ জনৰ মৃত্যু হৈছে৷ এমিবা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ, মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা , বিভ্ৰান্তি, আদি।
Assamese সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।