Assamese ফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ! কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।
Assamese কাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ ধনতেৰাছত মাটি-বাৰী, গাড়ী-গহনা ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? ধনতেৰাছৰ বিশেষ নক্ষত্ৰমণ্ডল কেতিয়া হয়? ধনতেৰাছত কি কি সামগ্ৰী কিনিলে পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ?
Assamese আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ কৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য-পানী গ্ৰহণ কৰে।
Assamese কফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত। দুইৰ পৰা তিনি কাপ কফিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন। আপুনি যদি সঠিক পদ্ধতিত কফি খায়, তেন্তে লিভাৰৰ ৰোগ যেনে লিভাৰ চিৰ'ছিছ আৰু লিভাৰ কেঞ্চাৰৰ আশংকা কমি যায়।
Assamese আজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা আজিৰ এই পৱিত্ৰ দিনটোতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ। দেৱী মা লক্ষ্মীৰ আগমনত ধৰাৰ বুকু শস্য-শ্যামলা হৈ পৰে। পবিত্ৰ মনেৰে মা লক্ষ্মীৰ পূজা কৰিলে বৃদ্ধি পায় সুখ-সমৃদ্ধি।
Assamese ক'ভিদৰ পিছত এইবাৰ এমিবা ভাইৰাছৰ সন্ত্ৰাস কেৰালাত ত্ৰাসৰ সৃষ্টি কৰিছে এমিবা ভাইৰাছে। এইপৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত ১৯ জনৰ মৃত্যু হৈছে৷ এমিবা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ, মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা , বিভ্ৰান্তি, আদি।
Assamese সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
Assamese ছাৰ, 'মোৰ পিঠিৰ বিষৰ বাবে অফিচ আহিব নোৱাৰিম' ছুটীৰ বাবে মেছেজ পঠোৱাৰ ১০ মিনিট পিছতেই মৃতূু সময় তেতিয়া পুৱা ৮.৩৭ মিনিট হৈছিল। প্ৰচণ্ড পিঠিৰ বিষৰ বাবে অফিচ যাব নোৱাৰিব বুলি ছুটী বিচাৰি কৰা মেছেজটোৰ পিছতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে শংকৰ।
Assamese ChatGPT ব্যৱহাৰ কৰে নেকি? ChatGPTত ভুলতো নকৰিব এই ৫টা প্ৰশ্ন! ChatGPT ব্যৱহাৰ কৰোতে সাৱধান হওক। যদি ChatGPTৰ ওপৰত বেছি বিশ্বাসী তেন্তে জানি লওক ChatGPTত কি কি বিষয় বা প্ৰশ্ন আপুনি কৰিব নোৱাৰে।
Assamese ইথানলযুক্ত তেল, নিৰ্ভৰশীলতা আৰু ইয়াৰ ভবিষ্যৎ ভাৰত চৰকাৰে উন্নয়নৰ বাবে আমদানীকৃত তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু কাৰ্বন নিগমন কমোৱাৰ বাবে ইথানল মিশ্ৰণক সক্ৰিয় ভাবে প্ৰচাৰ কৰিছে। পেট্ৰ'লৰ নামত কি ভৰাইছে আপুনি জানেনে ? আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত ইথানেলযুক্ত পেট্ৰ’লে বাহনৰ ক্ষতি কৰিব নেকি?