Assamese সাজু ভেকচিন, নিৰাময় হ'ব কৰ্কট ৰোগ! চিকিৎসা বিজ্ঞানৰ এক নতুন সাফল্য। ৰাছিয়াই নিৰ্মান কৰি উলিয়াইছে কৰ্কট ৰোগৰ নতুন প্ৰতিষেধক। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে প্ৰস্তুত কৰা এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। (cancer), (Russsia)
Assamese কেই বজাত আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণ? খালী চকুৰে চাওক বিৰল মহাজাগতিক পৰিঘটনা! আজি বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আজি হ’ব বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ, ৰঙা হৈ পৰিব চন্দ্ৰ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য।
Assamese কাইলৈ হ'ব বিৰল চন্দ্ৰগ্ৰহণ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য। কাইলৈ অতিশয় ৰঙা হৈ পৰিব আমি দেখা চন্দ্ৰটো। নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। নিশা ৯:৫৭ মিনিটৰ পৰা মাজনিশা ১:২৭ মিনিট লৈ চলিব এই বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ।
Assamese মানুহ আৰু বুঢ়া নহ'ব! মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থকাটো সম্ভৱ নে? কেৱল জীৱই পৃথিৱীত জন্ম ল'লেই যে মৃত্যু হয় এনে নহয়, প্ৰকৃতিৰো এদিন মৃত্যু হয়। কিন্তু আপোনাৰ মন নাযায় নে... যে আপুনি বুঢ়া নহ'ব, আপুনি চিৰদিন-চিৰকাল যৌৱনপ্ৰাপ্ত হৈ থাকিব?
Assamese ভাৰতত কেন্সাৰত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? কি কয় গৱেষণাই? ভাৰতত কৰ্কট ৰোগত পুৰুষ নে মহিলাৰ মৃত্যু সৰ্বাধিক? মূলত কেন্সাৰত আক্ৰান্ত হোৱা মানে দুখীয়া-দৰিদ্ৰ লোকৰ বাবে ৰোগীক পুনৰোজ্জীৱিত কৰি তোলাতো অসম্ভৱ হৈ পৰে।