Advertisment

মনোৰঞ্জন

TIHAR
Assamese

তিহাৰ জে'লৰ অতিথি আপোনাৰ-মোৰ প্ৰিয় অভিনেতা ৰাজপাল যাদৱ

তিহাৰ জে’লত আত্মসমৰ্পণ বলীউডৰ জনপ্ৰিয় কমেডী অভিনেতা ৰাজপাল যাদৱৰ। আত্মসমৰ্পণ কৰিয়েই চিঞৰি চিঞৰি কান্দি উঠিল অভিনেতা ৰাজপাল যাদৱ। কেতিয়াও ভাবিব নোৱাৰা এক সমস্যাৰ সন্মুখীন হ'ল জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ
2 Min read
rajpal yadav
Assamese

তিহাৰ জে’লত আত্মসমৰ্পণ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ

চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়। চেক বাউন্স গোচৰত শাস্তিৰ ম্যাদ বৃদ্ধি কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে অস্বীকাৰ কৰাৰ পিছতে বলীউড অভিনেতা ৰাজপাল যাদৱে বৃহস্পতিবাৰে তিহাৰ জে’ল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে।
2 Min read
WhatsApp Image 2025-11-21 at 12.54.10 PM
Assamese

মেক্সিকোৰ সুন্দৰী Fatima Bosch হ'ল ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ

২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ হ'ল মেক্সিকোৰ সুন্দৰী ফাতিমা বছ। ১৩০খন দেশৰ সুন্দৰীক পিছপেলাই Fatima Boschৰ এই খিতাপ দখল। থাইলেণ্ডৰ ননথাবুৰীত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিলে ফাতিমাই।
THUMB
Assamese

কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতা

কোলাত উঠি ‘ৰৈ ৰৈ বিনালে’ চাবলৈ আহিল এগৰাকী আইতা। হিয়া ঢাকুৰি কান্দি "ৰৈ ৰৈ বিনালে" উপভোগ কৰি আইতাই ক'লে চিনেমাখন ভাল হৈছে কিন্তু দুখ লাগিছে। 
2 Min read
THUMB
Assamese

কাল্পনিকভাৱে অনুৰাগীৰ সৈতে আজি "ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে

অনুৰাগীৰ সৈতে বহি আজি নিজৰ সপোনৰ চিনেমা '"ৰৈ ৰৈ বিনালে" চালে জুবিন গাৰ্গে! কান্ধত অসমীয়াৰ স্বাভিমান লৈ চিনেমা হললৈ অহা জুবিন গাৰ্গৰ উপস্থিতি অৱশ্যে ভাৰ্চুৱেল নহয়। '"ৰৈ ৰৈ বিনালে" চাবলৈ আহিব জুবিন গাৰ্গ- প্ৰতিজন অসমীয়াৰ অন্তৰআত্মাৰ কথাহে এয়া। 
2 Min read
THUMB
Assamese

'ৰৈ ৰৈ বিনালে'ৰ জৰিয়তে আৰম্ভ হ'ল অসমীয়া চিনেমাৰ জয়যাত্ৰা

আনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে জুবিন গাৰ্গে, সেইবাবে জুবিন আছিল একক, অনন্য। ভাৰতবৰ্ষৰ চিনেমা জগতত এক নতুন অভিলেখ সৃষ্টি কৰি পুৱা ৪.২৫ বজাৰ পৰাই আৰম্ভ হ'ল ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী। জুবিন গাৰ্গে কৈ যোৱাৰ দৰে অসমত এতিয়া কেৱল চলিছে অসমীয়া চিনেমা । 
2 Min read
thumb
Assamese

অসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত...

ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। ছিডনীৰ চিকিত্সালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিৎসাধীন ক্ৰিকেটাৰগৰাকী। বৰ্তমান কেনে আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ?
thumb
Assamese

বিদায় দিলে ক্ৰিকেটক! ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা তাৰকা ক্ৰিকেটাৰৰ

ভাৰতীয় হৈ খেলা জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ পাৰভেজ ৰাছুলৰ অৱসৰ ঘোষণা। ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা কৰে তাৰকা ক্ৰিকেটাৰ পাৰভেজ ৰাছুলে।
thumb
Assamese

সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু মাটি চাকিৰ দাম এতিয়াও মাত্ৰ ১ টকা

জুবিনবিহীন প্ৰথমটো দীপাৱলী উদযাপন কৰিব অসমে। দীপাৱলীৰ বাবে যোগীঘোপাত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎ শিল্পী। সকলো বস্তুৰে দাম বাঢ়িলেও বঢ়া নাই মাটি চাকিৰ দাম।
1 Min read
thumb
Assamese

জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বান

জুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান।
2 Min read
Advertisment