Assamese হিমাচলত দুৰ্যোগ, অসমৰ পিছত অৰুণাচলৰো ৫ কোটি টকাৰ অনুদান প্ৰাকৃতিক দুৰ্যোগত তচনচ হৈ পৰা হিমাচলক অসমৰ পিছত এইবাৰ সহায়ৰ হাত আগবঢ়ালে অৰুণাচল প্ৰদেশেও। অসম চৰকাৰে হিমাচলৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আগবঢ়োৱাৰ পিছত অৰুণাচল চৰকাৰেও আগবঢ়ালে সাহাৰ্য পুঁজি।