Assamese নগা দুৰ্বৃত্তৰ সন্ত্ৰাস! পিষ্টল দেখুৱাই অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত চাঞ্চল্যকৰ ঘটনা। অসমৰ ব্যৱসায়ীক পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ। দিন দুপৰতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লোকজনক অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ।
Assamese ঘৰৰ পৰাই হোৱাটছএপ কৰি লাভ কৰক চৰকাৰী নথি! চৰকাৰৰ ডাঙৰ সিদ্ধান্ত চৰকাৰে জনতাক দিলে ভাল খবৰ। হোৱাটছএপ কৰিয়েই লাভ কৰক জন্ম, জাতি, আৰু বিবাহৰ প্ৰমাণ পত্ৰ, সম্পত্তি কৰ, আৰু ড্ৰাইভিং লাইচেন্স। যাব নালাগে চৰকাৰী কাৰ্যালয়, পাতিব নালাগে শাৰী...
Assamese হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা 'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি নাথাকিলে আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। -জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা। Assam | Guwahati |
Assamese গৌৰৱ গগৈ আমূল বেবী, আমাৰ লগত পাট্টা নাপায়ঃ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক এইবাৰ আমূল বেবী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'আমূল বেবীয়ে আমাৰ লগত পাট্টা নাপায়'। 'যিয়ে নিজৰ আত্মা পাকিস্তানক বন্ধকত দিছে'।
Assamese হেঁপাহ প্ৰিয় অভিনেতাক ওচৰৰ পৰা চোৱাৰ। কিন্তু নিৰাশ মনে উভতিল দৰ্শক! কলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থৰ পূৰ্বে প্ৰেক্ষাগৃহত লাগিল অথন্তৰ। বীণাপাণি থিয়েটাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিৰাশ মনেৰে ওভতিল নাট্যপ্ৰেমী দৰ্শক!
Assamese সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
Assamese ছাৰ, 'মোৰ পিঠিৰ বিষৰ বাবে অফিচ আহিব নোৱাৰিম' ছুটীৰ বাবে মেছেজ পঠোৱাৰ ১০ মিনিট পিছতেই মৃতূু সময় তেতিয়া পুৱা ৮.৩৭ মিনিট হৈছিল। প্ৰচণ্ড পিঠিৰ বিষৰ বাবে অফিচ যাব নোৱাৰিব বুলি ছুটী বিচাৰি কৰা মেছেজটোৰ পিছতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে শংকৰ।
Assamese বিহাৰ হেৰুৱালে ক্ষমতাচ্যুত হ'ব নেকি বিজেপি? নিৰ্বাচনৰ পূৰ্বে ৰে'ল প্ৰকল্পৰ বাবে বিহাৰলৈ ৩,১৬৯ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ! বিহাৰ হেৰুওৱাৰ ভয়ত কঁপিছে NDA নেতৃত্বাধীন বিজেপি চৰকাৰ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত যাদু দেখুৱাব নোৱাৰিলে শক্তি হ্ৰাস পোৱাৰ ভয়ত ত্ৰস্তমান বিজেপি।
Assamese দৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? বঞ্চিত সকলো চৰকাৰী আঁচনিৰ পৰা বলীন বৰা দৃষ্টিহীন হোৱা বাবেই এখন আধাৰ কাৰ্ড বনাব নোৱাৰাৰ অভিযোগ। আধাৰ কাৰ্ড নথকাৰ বাবে সকলোবোৰ চৰকাৰী সুবিধাৰ পৰা নাম কৰ্তন অৰ্থাৎ বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটো।