Assamese মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি। নিহতৰ ভিতৰত ৮জন শ্ৰমিক অসমৰ বুলি চিনাক্ত কৰা হৈছে। কয়লাখনিটোত এতিয়াও বহু শ্রমিক আবদ্ধ হৈ থকাৰো সন্দেহ কৰা হৈছে।
Assamese মেঘালয়ৰ কয়লাখনিত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১৮জনলৈ বৃদ্ধি মেঘালয়ৰ অবৈধ কয়লাখনিত সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত মৃত্যুৰ সংখ্যা ১৮ লৈ বৃদ্ধি। ইয়াৰে ৬জন কাছাৰৰ কাটিগড়া সমষ্টিৰ। ঘটনাস্থলীত NDRFৰ উদ্ধাৰ অভিযান অব্যাহত।
Assamese অসমৰ জনপ্ৰিয় অভিনেতা, সু-পৰিচালক গণেশ হাজৰিকা আৰু নাই জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ ছাঁ মাৰ নৌযাওঁতে পুনৰ অসমৰ সাংস্কৃতিক জগতত বৃহৎ ক্ষতি। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ জনপ্ৰিয় অভিনেতাৰ গণেশ হাজৰিকাই ত্যাগ কৰিলে ইহসংসাৰ।
Assamese ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ ৭টা নতুন স্থানৰ নাম সংযোজন ৭টা স্থান অন্তৰ্ভুক্তিৰ ফলত ভাৰতীয় স্থানৰ মুঠ সংখ্যা ৬৯টা হৈছে। ইয়াৰ ভিতৰত ৪৯টা সাংস্কৃতিক, ৩টা মিশ্ৰিত আৰু ১৭টা প্ৰাকৃতিক... নাগালেণ্ড | মেঘালয় | Assamese দেশ
Assamese ৭০ হাজাৰ নিবনুৱাৰ বিপৰীতে মাত্ৰ আঢ়ৈ হাজাৰ খালী পদ, অসহায় মুখ্যমন্ত্ৰী মেঘালয়ত প্ৰতিবছৰে ৬৭,৫০০ নিবনুৱাৰ বাবে চাকৰিৰ অভাৱ। মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাত দিয়া তথ্য অনুসৰি প্ৰতিবছৰে মেঘালয়ত ৭০ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মশক্তিত যোগদানৰ যোগ্যতা অৰ্জন কৰে। এই সংখ্যাৰ বিপৰীতে চৰকাৰে বছৰি মাত্ৰ ২৫০০ চাকৰিহে দিব পাৰে।
Assamese গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে। কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে। (Politics, Northeast, Assam)