Assamese কংগ্ৰেছ ত্যাগ ভূপেন বৰাৰ, পিন্ধিব নেকি গেৰুৱা বসন? নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত মোক্ষম আঘাত। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ।
Assamese কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ! কংগ্ৰেছ- বিজেপি কৰ্মীৰ মাজত হতাহতি লখিমপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ! LMCHৰ পৰিস্থিতি বুজ ল'বলৈ যোৱা কংগ্ৰেছ কৰ্মীক বাধা! APCCৰ সভাপতি গৌৰৱ গগৈক বাধা দিলে বিজেপি কৰ্মীয়ে!
Assamese কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰৰ বাবে অসম পিছ পৰি আছিল- সোণোৱাল 'কংগ্রেছৰ দুৰ্নীতি–ভ্রষ্টাচাৰ, বিভাজনমুখী ৰাজনীতিৰ বাবে পিছ পৰি আছিল অসম। এসময়ত অশান্ত অঞ্চল হিচাপে জনাজাত আছিল অসম তথা সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল।
Assamese আচৰিত! শ্ৰাদ্ধ অনুষ্ঠানৰ দুদিন পিছত ঘৰলৈ উভতিল শ্যামবাবু সিনহা! স্বামীক দেখি হতভম্ব পত্নী ৰাজ্যত আজৱ ঘটনা। সকলোকে আচৰিত কৰি তোলা এক ঘটনা। শ্ৰাদ্ধ অনুষ্ঠান সম্পন্ন হোৱাৰ দুদিন পিছতেই ঘৰলৈ উভতিল শ্যাম বাবু সিনহা নামৰ এজন লোক। স্বামীক দেখি হতভম্ব পত্নী
Assamese মিত্ৰতাৰ নামত কেৱল তাৰিখ! কংগ্ৰেছক ডেডলাইন অখিল গগৈৰ মিত্ৰতাক লৈ কংগ্ৰেছক পুনৰ ডেডলাইন অখিল গগৈৰ। কংগ্ৰেছক নতুন ডেডলাইন দি অখিল গগৈৰ ঘোষণা- ১৯ ফেব্ৰুৱাৰীৰ পিছত মিত্ৰতা নহ'লে ৰাইজৰ দলে অকলেই নিৰ্বাচন খেলিম। আগন্তুক ৫ দিনৰ ভিতৰত মিত্ৰতা নহ'লে অখিল গগৈয়ে ঘোষণা কৰিব ৰাইজৰ দলৰ প্ৰাৰ্থী আৰু সমষ্টিৰ নাম।
Assamese মৰাণৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হ'ব অসমীয়াৰ? প্ৰশ্ন অখিল গগৈৰ 'মৰাণত যুদ্ধবিমানৰ এয়াৰ শ্ব'ৰ পৰা কি লাভ হব অসমীয়াৰ? এয়াৰ শ্ব' চাবলৈ প্ৰধানমন্ত্ৰী অসমলৈ কিয় আহিব লাগে? কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ লগত সুৰ মিলাই প্ৰশ্ন অখিল গগৈৰ।
LiveAssamese অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ৯. ৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীক কঢ়িয়াই অনা বিমানে। চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
Assamese পুলৱামা আক্ৰমণৰ ৭টা বছৰ ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। আজিৰ দিনটোতে ৪০জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল। পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হৈছিল ৪০জন চিআৰপিএফৰ বীৰ জোৱান।
Assamese ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণা। সঞ্জু ছেমচন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতে ৰিয়ানলৈ অধিনায়কৰ দায়িত্ব।
Assamese কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু ! ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা কাছাৰত... ৰাজ্যত পুনৰ কাৰাগাৰত কয়দীৰ ৰহস্যজনৰ মৃত্যু। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে নিশা কাছাৰৰ ডলু চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।