Assamese 'প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ...' জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত আৱেগিক গৰিমা আজি জুবিন গাৰ্গ আৰু গৰিমাৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট।
গুৱাহাটী ''মিঞা খেদক দেশ বচাওঁক'' উজনি অসমত ‘মিঞা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন ''মিঞা''ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন উজনিত। উজনি অসম তথা শিৱসাগৰত বাংলাদেশী ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।
Assamese পুনৰ মহানগৰীত গৰজিল আৰক্ষীৰ বন্দুক দুর্ধর্ষ অপৰাধীলৈ বশিষ্ঠ আৰক্ষীৰ গুলী । আৰক্ষীৰ নিদ্ৰাহৰণ কৰি ইখনৰ পাছত সিখনকৈ ঘৰত ডকাইতে চলাইছিল ডকাইতি কাণ্ড। পুৱতি নিশা দহ মাইলত মাধৱ দাস আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় | অসম , গুৱাহাটী assamese
Assamese SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী SR বিসংগতিক লৈ গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপিৰ বিৰুদ্ধে ভিন্ন শ্ল'গানৰে প্ৰতিবাদত অংশগ্ৰহণ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়বোৰ দলৰ।
Assamese দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল, কিন্তু... সকলো শেষ হৈ গ'ল লুনা ভৰদ্বাজৰ গুৱাহাটীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ১০৮ৰ খু্ন্দাত মৃত্যু এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ লুনা ভৰদ্বাজ। লুনা ভৰদ্বাজ J B LAW কলেজৰ আইনৰ শিক্ষাৰ্থী আছিল।
Assamese মূকাভিনয়ত পাৰদৰ্শিতা, ৰুজীলৈ 'Young Talent Artist' বঁটা মূকাভিনয়ৰ জগতত পাৰদৰ্শিতাৰ বাবে গুৱাহাটীৰ ৰুজী মুদৈলৈ NEZCCৰ ২০২৫-২৬ বৰ্ষৰ 'Young Talent Artist' বঁটা। 'শিল্পগ্ৰাম মহোৎসৱ ২০২৬'ত মণিপুৰ আৰু নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাদেৱে ৰুজীক প্ৰদান কৰে 'Young Talent Artist' বঁটা।
Assamese সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ সুৰাপান কৰি বাহন চলোৱাসকল সাৱধান! নৱবৰ্ষক আদৰণিৰ নামত সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। হাতত ব্ৰেথ এনালাইজাৰ লৈ অভিযানত নামিছে আৰক্ষী। নিশা জনতা ভৱনৰ সন্মুখত দিছপুৰ আৰক্ষীৰ অভিযান।
Assamese চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম! চিটীবাছৰ অতপালিৰ বাবে জনতাই আৰু দুৰ্ভোগ ভুগিব নালাগে। মহানগৰীৰ চিটীবাছত আহিল জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা। ৰাজপথত দ্ৰুতবেগেৰে চিটীবাছ চলালেই বিপদত পৰিব চালক। লগতে নিৰ্দিষ্ট ষ্টপেজতহে এক মিনিটৰ বাবে চালকে চিটীবাছ ৰখাব পাৰিব।
Assamese হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য? সংকটৰ গৰাহত পৰা মহানগৰীৰ কাষৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু নাথাকিব! দীপৰ বিলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত সৌন্দৰ্য বৰ্ধনকাৰী গছবোৰ এফালৰ পৰা কাটি পেলোৱাৰ আছে সম্ভাৱনা।
Assamese লুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫জনকৈ লোক গুৱাহাটীত লুইতৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ লুইতত একেলগে সন্ধানহীন ৫ জনকৈ লোক। খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। তাৰ পাছতেই গা ধুবলৈ নামিছিল ব্ৰহ্মপুত্ৰত। ভয়ংকৰ ঘটনাক লৈ খাৰঘূলিত হাহাকাৰ।