Assamese কি বিড়ম্বনা! Indigo কৰ্তৃপক্ষই জ্বলাকলা খুৱাইছে বিমানযাত্ৰীক যাত্ৰীক জ্বলাকলা খুৱাইছে Indigo কৰ্তৃপক্ষই। তৃতীয় দিনাও Indigo বিমানযাত্ৰীৰ মাজত হাহাকাৰ। DGCAৰ নতুন নিয়মৰ বাবে Indigoযে বাতিল কৰিছে হাজাৰোধিক বিমান। গুৱাহাটী বিমানবন্দৰত তৃতীয় দিনা বাতিল Indigoৰ প্ৰায় ১৫খন বিমান।
Assamese দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনি আজিৰে পৰা মুকলি হ'ল অসম চৰকাৰৰ 'প্ৰেৰণা' আঁচনি। এই আঁচনিৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব জলপানি। নৱেম্বৰৰ পৰা '২৬ৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৩০০ টকাকৈ লাভ কৰিব জলপানি।
Assamese প্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীৰ জালত ভুৱা পৰিচয়, গাড়ীত ভুৱা নম্বৰ প্লেট... প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি আৰক্ষীৰ জালত দুই মহা প্ৰৱঞ্চক দ্বীপজ্যোতি দাস আৰু উশালেন শৰ্মা। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী।
Assamese বৰ্ষাপাৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অনুৰাগীয়ে বৰ্ষাপাৰাত খেল চাবলৈ যোৱা অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ। বেনাৰত অনুৰাগীয়ে লিখিছে, "ধুমুহাৰ সতে মোৰ বহু যূগৰে নাচোন..."। "We Want Justice, আমি ন্যায়লৈ অপেক্ষাৰত"!
Assamese ৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬।
Assamese পুনৰ বিতৰ্কত GMCH! চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ পুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।
Assamese কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
Assamese অসমত এতিয়া ৰিক্সাচালক, ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি- মুখ্যমন্ত্ৰী আবেগক বাদ দি যুক্তিৰ ভিত্তিত নতুন অসম গঢ়াৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ মন্তব্য- এতিয়া ৰিক্সাচালক আৰু ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি।
Assamese জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী সিদ্ধাৰ্থ শৰ্মাৰ লুণ্ঠনৰ কাহিনী ফাদিল । কেৱল জুবিন গাৰ্গকেই নহয়, জুবিন গাৰ্গে চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰা ৰোগীসকলৰ ধনো আত্মসাৎ কৰিছিল ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থই।
Assamese গুৱাহাটীৰ আকাশত ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান ৰাফেল, ছুখই আৰু বহুতো। আপুনিও সাক্ষী হওক এই উৰণ কলা চাবলৈ সাজু হওক আপুনিও। গুৱাহাটীৰ আকাশত দেখিবলৈ পাব ভাৰতীয় বায়ু সেনাৰ উৰণ কলা। গুৱাহাটীত বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীৰ মহাআয়োজন। লাচিতঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত বিৰল–বিক্ৰম প্ৰদৰ্শন। বায়ুসেনাৰ ৭৫খন আকাশীযানৰ অংশগ্ৰহণ এয়াৰ শ্ব’ত।