Advertisment

দেশ

1
Assamese

কাইলৈ ২২ গঁজত ভাৰত-পাকৰ মহাৰণ

কাইলৈ ভাৰত-পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ মহাৰণ। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ২২ গঁজত মুখামুখি হ'ব দুই চিৰবৈৰী দল। সন্ধিয়া ৭ বজাৰ লগে লগে আৰম্ভ হ'ব হাইভল্টেজ খেলখন। 
1 Min read
THUMB
Live
Assamese

অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ৯. ৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীক কঢ়িয়াই অনা বিমানে। চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী। 
1 Min read
THUMB
Assamese

পুলৱামা আক্ৰমণৰ ৭টা বছৰ

ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। আজিৰ দিনটোতে ৪০জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল। পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হৈছিল ৪০জন চিআৰপিএফৰ বীৰ জোৱান।
1 Min read
1
Assamese

ক্ৰিকেট অনিশ্চয়তাৰ খেল! জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা অষ্ট্ৰেলিয়ান বেটাৰ

টি-২০ বিশ্বকাপত ডাঙৰ অঘটন! জিম্বাবুৱেৰ হাতত পৰাস্ত শক্তিশালী অষ্ট্ৰেলিয়া। জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ তাচপাতৰ দৰে খহি পৰিল অষ্ট্ৰেলিয়াৰ শক্তিশালী বেটিং লাইনআপ।
1 Min read
1
Assamese

ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত  RRক নেতৃত্ব দিব ৰিয়ানে

ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণা। সঞ্জু ছেমচন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতে ৰিয়ানলৈ অধিনায়কৰ দায়িত্ব। 
1 Min read
1
Assamese

আকৌ ইউ টাৰ্ণ পাকিস্তানৰ , ১৫ ফেব্ৰুৱাৰীত সমুখসমৰত ভাৰত-পাকিস্তান

অৱশেষত নাটকৰ অন্ত পৰিল পাকিস্তানৰ। আকৌ এবাৰ ICCৰ ওচৰত নতশিৰ হ'ল পাকিস্তান। বয়কটৰ ফটাঢোল বজোৱা পাকিস্তান এতিয়া সাজু হৈছে ভাৰতৰ বিৰুদ্ধে ২২ গঁজত নামিবলৈ। 
2 Min read
1
Assamese

ভাৰতৰ বিৰুদ্ধে মেচ খেলিবলৈ সাজু পাকিস্তান! কিন্তু ৰাখিলে ৩টাকৈ চৰ্ত

ছাগলীয়ে নাখায় কি, পাকিস্তানে নকয় কি? আকৌ এবাৰ সুৰ সলালে পাকিস্তানে। ICCৰ ওচৰত সেও মানি পাকিস্তান সাজু হৈছে ভাৰতৰ বিৰুদ্ধে ২২ গঁজত নামিবলৈ। কিন্তু পাকিস্তানে ICCৰ সম্মুখত ৰাখিছে তিনিটাকৈ চৰ্ত। পিছে পাকিস্তানৰ এই চৰ্তসমূহ কি কি?
2 Min read
1
Assamese

'মোৰ লগত ধেমালি নকৰিবা' কিয় সূৰ্যকুমাৰ যাদৱক এনেদৰে কৈছিল মহম্মদ ছিৰাজে?

'ভগৱানে লিখা কথাবোৰ কোনেও সলনি কৰিব নোৱাৰে'। হঠাৎ মহম্মদ ছিৰাজলৈ আহিছিল অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ ফোন! সূৰ্যই কৈছিল ‘‘মিঞা...’’। প্ৰত্যুত্তৰত চিৰাজে কৈছিল- 'মোৰ লগত  ধেমালি নকৰিবা'। 
2 Min read
1
Assamese

কাইলৈৰ পৰা টি-২০ বিশ্বকাপ, ভংগ হ'ব পাৰে পাকিস্তানৰ সপোন

কাইলৈৰ পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপ। মেগা ইভেণ্টখনৰ পূৰ্বে চিৰবৈৰী পাকিস্তানৰ বাবে বেয়া খবৰ। ভংগ হ'ব পাৰে পাকিস্তানৰ ছুপাৰ ৮ত প্ৰৱেশৰ সপোন। 
1 Min read
1
Assamese

বিজেপিক চেলেঞ্জ! মুছলমানৰ বাবে থাকিব স্থায়ী সংৰক্ষণ

ৰাজ্যৰ মুছলমানৰ বাবে কংগ্ৰেছ চৰকাৰৰ ডাঙৰ উপহাৰ। মুছলমানৰ বাবে এতিয়াৰে পৰা থাকিব ৪ শতাংশ স্থায়ী সংৰক্ষণৰ ব্যৱস্থা। বিজেপিক চেলেঞ্জ দি এই ঘোষণা তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ। 
1 Min read
Advertisment