Assamese ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখ অযোধ্যাৰ ৰাম মন্দিৰ চৌহদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মন্দিৰ কমপ্লেক্সত নামাজ আদায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে গ্ৰেপ্তাৰ হ'ল এজন মুছলমান ব্যক্তি। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কাশ্মীৰৰ আবু আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে।
Assamese দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ১৭ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ শিলান্যাস কৰি কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। এতিয়া মৌচন্দা পথাৰত দিনে-নিশাই ব্যাপক তত্পৰতা।
Assamese আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনা শিক্ষকে পৌৰসভাক প্ৰদান কৰিব লাগিব বাটৰুৱা কুকুৰৰ সংখ্যা আৰু ইয়াৰ অৱস্থাৰ প্ৰতিবেদন। বিহাৰৰ সাছাৰাম পৌৰ নিগমৰ এক নিৰ্দেশনাই লাভ কৰিছে এতিয়া ব্যাপক চৰ্চা । ২০২৫ চনৰ ১৫ ডিচেম্বৰতে দিয়া এই নিৰ্দেশনাই অশান্তি বৃদ্ধি কৰিছে বিদ্যালয়ৰ শিক্ষকৰ মাজত ।
Assamese কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পক কৰ্তৃত্ব প্ৰদান কৰা এখন বিধেয়ক অনুমোদন কৰা হৈছে। ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপে এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰো অধিক অৱনতি কৰিছে।
Assamese অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন টি-২০ বিশ্বকাপ খেলাৰ সপোন ভংগ হ'ব পাৰে তাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাৰ। পেটৰ তীব্ৰ বিষৰ বাবেই নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হ'ব পাৰে ক্ৰিকেটাৰ গৰাকী।
Assamese ক্ৰিকেটাৰ মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! ভাৰতীয় পেচ বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ ‘গুগলী’। ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত উপেক্ষিত হোৱা মহম্মদ ছামীলৈ এইবাৰ চমন জাৰি নিৰ্বাচনী আয়োগৰ।
Assamese দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে শীৰ্ষত। এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১৮.৭০ শতাংশ। খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি।
Assamese বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ! ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। কিন্তু বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ পূৰ্বে ICCৰ দ্বাৰস্থ হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে।
Assamese টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড! নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতেই দললৈ প্ৰত্যাৱৰ্তন অধিনায়ক শুভমন গিল, উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ। কিন্তু দলত স্থান নাপালে ৰুতুৰাজ গায়কোৱাডে।
Assamese ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম ১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম। ধঁপাত আৰু পাণমচলাত GSTৰ পৰিৱৰ্তে হ’ব আবকাৰী শুল্ক। অত্যধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।