Assamese বিপদত ৰাজধানী দিল্লী! দিল্লীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা। দিল্লীত সন্ত্ৰাসবাদীৰ কূটাঘাতৰ আশংকা। দিল্লীৰ ধৰ্মীয় স্থান, ঐতিহাসিক ক্ষেত্ৰত কূটাঘাতৰ ভাবুকি। লস্কৰ-ঈ-তৈবাই তৈয়াৰ কৰিছে বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।
Assamese মৰ্মান্তিক ! মৌ-মাখিৰ আক্ৰমণত আম্পায়াৰৰ মৃত্যু মানুহৰ জীৱনৰ মূল্য কিমান এই ঘটনাটো শুনিলেই আপুনিও আচৰিত হৈ পৰিব। থেলপথাৰত আনন্দ মনেৰে এগৰাকী আম্পায়েৰে খেল পৰিচালনা কৰি আছিল। কিন্তু কোনে জানিছিল এই খেলখনে জীৱনৰ অন্তিম খেল আছিল আম্পায়াৰগৰাকীৰ।
Assamese AI ৰ ক্ষেত্ৰক লৈ ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা দেশৰ ৰাজধানী নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হৈ আছে ইণ্ডিয়া AI ইমপেক্ট ছামিট ২০২৬। ভাৰতক AI ৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে।
Assamese আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া কাৰ্যসূচীৰে আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি নিশা শিলচৰত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আজি নিশাটো শিলচৰতে কটাব অমিত শ্বাহে।
Assamese কাইলৈ ২২ গঁজত ভাৰত-পাকৰ মহাৰণ কাইলৈ ভাৰত-পাকিস্তানৰ মাজত টি-২০ বিশ্বকাপৰ মহাৰণ। শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ২২ গঁজত মুখামুখি হ'ব দুই চিৰবৈৰী দল। সন্ধিয়া ৭ বজাৰ লগে লগে আৰম্ভ হ'ব হাইভল্টেজ খেলখন।
LiveAssamese অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ৯. ৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীক কঢ়িয়াই অনা বিমানে। চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
Assamese পুলৱামা আক্ৰমণৰ ৭টা বছৰ ভাৰতৰ বাবে আজিৰ দিনটো এক ‘ক’লা দিন’ হিচাপে পৰিচিত। আজিৰ দিনটোতে ৪০জন চিআৰপিএফ বীৰ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল। পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদ হৈছিল ৪০জন চিআৰপিএফৰ বীৰ জোৱান।
Assamese ক্ৰিকেট অনিশ্চয়তাৰ খেল! জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা অষ্ট্ৰেলিয়ান বেটাৰ টি-২০ বিশ্বকাপত ডাঙৰ অঘটন! জিম্বাবুৱেৰ হাতত পৰাস্ত শক্তিশালী অষ্ট্ৰেলিয়া। জিম্বাবুৱেৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ তাচপাতৰ দৰে খহি পৰিল অষ্ট্ৰেলিয়াৰ শক্তিশালী বেটিং লাইনআপ।
Assamese ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক ঘোষণা। সঞ্জু ছেমচন চেন্নাই ছুপাৰ কিংছলৈ যোৱাৰ পাছতে ৰিয়ানলৈ অধিনায়কৰ দায়িত্ব।
Assamese আকৌ ইউ টাৰ্ণ পাকিস্তানৰ , ১৫ ফেব্ৰুৱাৰীত সমুখসমৰত ভাৰত-পাকিস্তান অৱশেষত নাটকৰ অন্ত পৰিল পাকিস্তানৰ। আকৌ এবাৰ ICCৰ ওচৰত নতশিৰ হ'ল পাকিস্তান। বয়কটৰ ফটাঢোল বজোৱা পাকিস্তান এতিয়া সাজু হৈছে ভাৰতৰ বিৰুদ্ধে ২২ গঁজত নামিবলৈ।