Assamese ১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়ম নৱবৰ্ষৰ আৰম্ভণিতে সলনি হ’ব বহুকেইটা নিয়ম। গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেন কাৰ্ড, আধাৰ কাৰ্ড, UPI লৈকে বহু ক্ষেত্ৰতে নিয়ম সলনি হ'ব। যদি আপুনি আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেনেহলে ১ জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হ’ব আপোনাৰ পেন কাৰ্ড!
Assamese বৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব? আজিৰে পৰা ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলে ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত AC আৰু NON AC উভয়তে বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম।
Assamese ২৬ ডিচেম্বৰৰ পৰা ৰে’ল যাত্ৰাত পূৰ্বতকৈ অধিক ভৰিব লাগিব ধন ৰে'ল যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰে'ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি ভাৰাৰ বাবদত আৰু অলপ বেছিকৈ ধন খৰচ কৰিব লাগিব। ভাৰতীয় ৰে'লৱেই ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন ভাৰাৰ কথা ঘোষণা কৰিছে।
Assamese পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন! আজৱ সিদ্ধান্ত! মহিলাই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন। স্মাৰ্টফোনৰ সলনি মহিলাই কেৱল কিপেড মোবাইল ফোনহে ব্যৱহাৰ কৰিব পাৰিব। ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।
Assamese আচৰিত! কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ। হাজাৰ হাজাৰ শিৱলিংগ থকা বাবে ইয়াৰ নাম সহস্ৰলিংগ। কৰ্ণাটকৰ ছিৰচিৰ পৰা ১৪ কিলোমিটাৰ নিলগত অৱস্থিত এই শালমালা নদীৰ জলপৃষ্ঠ কমি যোৱাৰ লগে লগেই ভক্তই দৰ্শন কৰিব পাৰে সহস্ৰলিংগ।
Assamese অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ ৰাজপথতেই অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ। বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ শোধালে এগৰাকী অটোৰিক্সা চালকক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।
Assamese অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়া ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।
Assamese ৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰ উচ্ছেদৰ পৰা হাত সাৰি নগ’ল বিজেপি নেতাৰ ঘৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ প্ৰশাসনে বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ তুলি কান্দি কান্দি ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই।
Assamese অথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনি দেশত এতিয়াৰে পৰা নাথাকিব MGNREGA আঁচনি। বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ মাজতেই আইনত পৰিণত হ’ল VB-G RAM G বিধেয়ক। উভয় সদনত গৃহীত হোৱা VB-G RAM G বিধেয়কখনক আজি ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই।
Assamese ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়ম পেট্ৰ'ল আৰু ডিজেল চালিত বাহনেৰে ডেলিভাৰী বয়ৰ কাম কৰিব নোৱাৰিব। ১ জানুৱাৰীৰ পৰা ডেলিভাৰী বয়ৰ যান-বাহনৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। Swiggy, Zomato, Blinkitৰ দৰে ডেলিভাৰী বয়ে ইলেকট্ৰিক বাহন হ'লেহে কৰিব পাৰিব ডেলিভাৰীৰ কাম।