Advertisment

ৰাজনীতি

1
Assamese

'উপযুক্ত সন্মান অবিহনে মিত্ৰতা অসম্ভৱ, মই স্বাভিমানক বিশ্বাস কৰো'-অখিল গগৈ

'গৌৰৱ গগৈৰ ওচৰত যদি লুৰীণজ্যোতি শিৰণত হৈছে সেয়া নাজানো। কিন্তু অখিল গগৈ কেতিয়াও কাৰো ওচৰত শিৰণত নহয়। মই জাতীয়তাবাদক বিশ্বাস কৰো, স্বাভিমানক বিশ্বাস কৰো।
2 Min read
nepal
Assamese

নতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তন

যুৱপ্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে নেপালৰ ৰাজনীতি! Gen Zৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। Gen Zৰ প্ৰতিবাদক নেতত্ব দিয়া বলেন শ্বাহ হ’ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী
2 Min read
Hagrama mohilary
Assamese

অহা ১৫ বছৰলৈকে বিটিচিত ময়েই শাসন কৰিমঃ হাগ্ৰামা মহিলাৰী

বিটিচিৰ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে এক ডাঙৰ ঘোষণা কৰে। তেওঁ অতি আত্মবিশ্বাসেৰে কয়, যে আগন্তুক অন্ততঃ ১৫ বছৰৰ বাবে বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নেতৃত্ব কেৱল মোৰ হাততেই থাকিব।
1 Min read
Ratul kalita
Assamese

ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!

অৱশেষত কংগ্ৰেছ এৰিলে ৰাতুল কলিতাই। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে। শনিবাৰে পুৱাই ৰাজীৱ ভৱনলৈ গৈ সেৱা জনাই দলত্যাগ কৰাৰ কথা সদৰি কৰিলে সামাজিক মাধ্যমত।
3 Min read
GAURAV GOGOI
Assamese

AIUDF দল হৈছে বিজেপিৰ বুকুৰ কুটুম! মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ...

ৰাজ্যসভা নিৰ্বাচনত বিজেপিলৈ এআইইউডিএফৰ দলৰ তিনিগৰাকী বিধায়কৰ সমৰ্থনে ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি AIUDFক সাম্প্ৰদায়িক দল আখ্যা দি গালি-গালাজ কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে গৌৰৱ গগৈয়ে।
3 Min read
1
Assamese

ধন উপাৰ্জনত বিজেপিৰ অভিলেখ! ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা

ধন উপাৰ্জনত ভাৰতীয় জনতা পাৰ্টীৰ অভিলেখ। ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা। দেশৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত সৰ্বাধিক ৮৫% উপাৰ্জন বিজেপিৰ। Association For Democratic Reformত প্ৰকাশ পাইছে এই তথ্য।
1
Assamese

ধৰা পৰিল হিমন্ত-আজমলৰ গোপন মিতিৰালি, সৰৱ সাংসদ ৰকিবুল হুছেইন

নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে যে মানুহ বহু তললৈ নামিব পাৰে তাৰ জলন্ত উদাহৰণ হিমন্ত বিশ্ব শৰ্মা। এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোপন মিতিৰালি হাতে-লোটে ধৰা পৰিল। সৰৱ সাংসদ ৰকিবুল হুছেইন। 
1 Min read
1
Assamese

বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি, হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট-সৰৱ অখিল গগৈ

বিজেপি দলৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল। মই সদায় কৈ আহিছিলো বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। মোৰ কথাই আজি সঁছা প্ৰমাণিত হ’ল। সৰৱ বিধায়ক অখিল গগৈ।  
2 Min read
pramod bodo
Assamese

AIUDF ৰ তিনিগৰাকী বিধায়কে ৰাজ্যৰ ৰাজনীতিত ঘটালে আচৰিত ঘটনা!

ৰাজ্যসভা নিৰ্বাচনৰ বাবে এনডিএৰ প্ৰাৰ্থী তথা ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু সকলোকে আচৰিত কৰি প্ৰমোদ বড়োৰ সমৰ্থনত আগবাঢ়ি আহিছে এআইইউডিএফৰ তিনিগৰাকীকৈ বিধায়ক।
1 Min read
gourab gogoi
Assamese

যোৰহাটত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি পবিত্ৰ মাৰ্ঘেৰিটা?

যদি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকেই বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, তেন্তে যোৰহাটত দেখা যাব দুগৰাকী প্ৰভাৱশালী যুৱ নেতাৰ মাজত হাই-প্রফাইল যুঁজ।
2 Min read
Advertisment