Advertisment

ৰাজনীতি

goalpara
Assamese

গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ?

গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰচাৰ বেনাৰ ফালি দিয়াক লৈ তীব্ৰ চাঞ্চল্য। গোৱালপাৰা চহৰৰ মিলন নগৰ, দূৰ্গামন্দিৰ, বাপুজীনগৰ আৰু ভালুকডুবি আদি অঞ্চলত খাইৰুল বাসাৰে ওলমাইছিল নিজৰ বেনাৰ।
2 Min read
Asaduddin Owaisi
Assamese

মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

'আপোনালোকে কয় আমি মহাশক্তিমান হ'ম, চন্দ্ৰত ঘৰ সাজিম'। 'কিন্তু ৰিক্সাৱালাক ভাড়াৰ বাবে টকা এটাও দিব নিবিচাৰে'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সাংসদ আছাদুদ্দিন ওৱেইছিৰ।
2 Min read
mamta
Assamese

উচ্চতম ন্য়ায়ালয়ত মমতা বেনাৰ্জীৰ সৱল যুক্তি। SIRক লৈ বিজেপি আৰু নিৰ্বাচন আয়োগক তুলাধূনা

উচ্চতম ন্যায়ালয়ত SIR সন্দৰ্ভত হোৱাৰ শুনানিত উপস্থিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়। আদালতৰ কক্ষত অধিবক্তাৰ ৰূপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
2 Min read
kaliabor
Assamese

মহন্তৰ হ'ব নেকি অন্ত? কলিয়াবৰ কাৰ? এইবাৰ অগপৰ দুৰ্গ কঁপাব নেকি কংগ্ৰেছে?

১৯৯৬ চনৰে পৰা অগপৰ দখলত থকা কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ কি হ'ব ফলাফল? কলিয়াবৰ দখল কৰিবলৈ শাসক-বিৰোধীৰ তুমুল যুঁজ। '২৬ত কলিয়াবৰৰ নিৰ্বাচনী যুঁজখন হ'ব আকৰ্ষণীয়।
2 Min read
goalpara
Assamese

লোভনীয় দৰমহা ত্যাগ কৰি ৰাজনীতিলৈ কিয় জ্ঞানশ্ৰী বৰা?

ড০ জ্ঞানশ্ৰী বৰাই চাকৰি এৰি নিৰ্বাচন খেলাৰ মন মেলিলে। পিছে কোন দলত যোগদান কৰিব সেই কথা খোলাকৈ নক'লেও পুনৰ যে অখিল গগৈৰ ৰাইজৰ দললৈ উভতিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলিব পাৰি।
2 Min read
abhayapur
Assamese

মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!

অভয়াপুৰী বিধানসভা সমষ্টিক লৈ শীতল যুদ্ধ চলিছে অগপ আৰু বিজেপিৰ মাজত। অভয়াপুৰী সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে অগপই নিজৰ মতে ৰণকৌশল প্ৰস্তুতি চলোৱাৰ সময়তেই বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চৰ্চা চলিছে সমষ্টিটোত।
2 Min read
morigaon
ৰাজনীতি

মৰিগাঁৱত BJP টিকটক লৈ বঙহৰ যুঁজ অব্যাহত !

এইবাৰ শাসকীয় দল বিজেপিতো টিকট বিচাৰি প্ৰাৰ্থীৰ মাজত আৰম্ভ হৈছে বঙহৰ যুঁজ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীলৈ প্ৰত্যাহ্বান অনা টিকট প্ৰত্যাশীক চিনি নাপাই বিধায়কগৰাকীয়ে।
2 Min read
1
Assamese

Who is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰ

'সংখ্যালঘুক বাৰে-বাৰে অপমান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? আপোনালোকে ধৈৰ্য ধৰক, এজনো মিঞাৰ ওপৰত হাত তুলিলে আমি আইনৰ কাষ চাপিম'। মিঞাক অভয়বাণী দি এই হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ।
1 Min read
1
Assamese

অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

অৱশেষত একলগ হ’ল ৩ গগৈ। আসন বুজাপৰাৰ নিমিলা অংক কোনোমতে মিলিল। এইপৰ্যন্ত আসনৰ সংখ্যা চূড়ান্ত নহ’লেও মিত্ৰতাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিছে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ। 
2 Min read
1
Assamese

'২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে?

কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত? বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব ৰাইজৰ দলে? ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। পাছে কি কি বিষয়ে স্থান পাইছে এই ইস্তাহাৰত?
2 Min read
Advertisment