Assamese অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী চিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে।
Assamese মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক আৰু কি আহ্বান জনালে বিধায়ক ৰফিকুল ইছলামে?
LiveAssamese কি কি আছে ২০২৬ৰ বাজেটত? ১১ বজা লগে লগে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত নৱমবাৰৰ বাবে দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ। কি কি আছে ২০২৬ৰ বাজেটত?
Assamese জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে- মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, মুখ্যমন্ত্ৰীৰ যদি দম আছে তেনেহলে শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ।
Assamese বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট টিকটকেন্দ্ৰিক বিতৰ্কৰ ভয়ংকৰ ৰূপ! বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ২ পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। শোণিতপুৰৰ বৰছলা সমষ্টিত এইবাৰ বিজেপিৰ মাজত বঙহৰ যুঁজ। বিধায়কৰ উপস্থিতিতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত গুৰুলাগুৰুলকৈ প্ৰহাৰ দলীয় কৰ্মীক।
Assamese কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল '২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে'। 'আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথা লিখি লওক'। 'কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে?'- মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।
Assamese বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে? দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অমিত শ্বাহৰ বিশাল জনসভা। বিশাল জনসভাতেই তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ হ'লে এটা এটাকৈ বাংলাদেশী খেদাৰো হুংকাৰ অমিত শ্বাহৰ।
Assamese সাম্প্ৰদায়িক ৰাজনীতিয়ে কাম নিদিলে। সেয়ে এতিয়া ভোট চুৰি, সৰৱ লুৰীণজ্যোতি ভোট চুৰি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কৌশল। নাগৰিকৰ গণতান্ত্ৰিক আধিকাৰ চুৰিৰ বাবে বিজেপি চৰকাৰ উঠি-পৰি লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বদৰুদ্দিন আজমলক লৈ সৰৱ লুৰীণজ্যোতি গগৈ।
Assamese ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপ অসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিঞা মুছলমানে। কাৰণ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব লাখ লাখ মিঞা মুছলমানৰ নাম। মুখ্যমন্ত্ৰীৰ হিচাপ মতে অসমত ৪-৫ লাখ মিঞাই দিব নোৱাৰিব ভোট।
Assamese প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰী লুৰীণজ্যোতি গগৈৰ আঞ্চলিকতাবাদ হৈছে মিঞাৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত বেদখলকাৰীক উচ্ছেদ কৰিলেও লুৰীণজ্যোতি গগৈৰ দৰে নেতাই কান্দে। লুৰীণজ্যোতিয়ে মনত ৰখা উচিত যে ৮৫৫ জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল।