Advertisment

ৰাজনীতি

1
Assamese

নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওক

সংখ্যালঘু মানুহে শিক্ষাত গুৰুত্ব দিয়ক। নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দিয়ক। সংখ্যালঘু অঞ্চলৰ পৰা ডজনে ডজনে IAS-IPS ওলাওঁক, ডজনে ডজনে ন্যায়াধীশ ওলাওক। ৰাজ্যৰ সংখ্যালঘু সমাজলৈ এই আহ্বান বিধায়ক শ্বেৰমান আলী আহমেদৰ। 
1 Min read
1
Assamese

কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰী

মিঞাময় হৈ পৰিছে কংগ্ৰেছ। ৰাজীৱ ভৱনতো এতিয়া মিঞাৰ উজান উঠিছে। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ। গতিকে কংগ্ৰেছক পৰাজিত কৰি দেশ আৰু জাতি সুৰক্ষিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
2 Min read
1
Assamese

বিজেপি-অগপৰ আসন বুজাবুজিক লৈ কোনো অসুবিধা নাই- মুখ্যমন্ত্ৰী

বিজেপি, AGP, BPF আৰু UPPL দলৰ মাজত মিত্ৰতা হ'বই। অগপৰ লগতো আসন বুজাবুজিক লৈ আমাৰ কোনো অসুবিধা নাই। আমাৰ মাজত আসনক লৈ ঘৰুৱাভাৱেই আলোচনা হ'ব। NDAৰ আসন বুজাপৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
1
Assamese

আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়া

বিজেপিত কোনে টিকট পাব এই সিদ্ধান্ত ৰাজ্যিক বিজেপিয়ে ল'ব নোৱাৰে। কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অন্য দলৰ নিচিনা ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে। বিজেপিৰ টিকটক লৈ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।
1
Assamese

৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইন

বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। মিত্ৰতা চূড়ান্ত হ’লে ২০খন আসনত সন্তুষ্ট হ’ব ৰাইজৰ দল। অন্যথা এককভাৱে আগবঢ়াৰ হুংকাৰ।
2 Min read
1
Assamese

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী

উদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱনৰ বাকৰি। ২০ জানুৱাৰীত অন্ত পৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভৰ আৱেদন দাখিলৰ দিন। সেয়ে ঢাক ঢোল, বেণ্ড পাৰ্টি লৈ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰে ভৰি পৰিছে ৰাজীৱ ভৱন।
2 Min read
1
Assamese

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈৰ

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ ডাঙৰ ঘোষণা কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। বদৰুদ্দিন আজমলক স্পষ্টকৈ বাৰ্তা দি গৌৰৱ গগৈয়ে ক'লে- 'কংগ্ৰেছ-AIUDFৰ মাজত কেতিয়াও মিত্ৰতা নহয়। মিত্ৰতা হ'ব বুলি ভুল ধাৰণা লৈছে বদৰুদ্দিন আজমলে।
1 Min read
1
Assamese

সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি

‘কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।’ কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ।
2 Min read
1
Assamese

আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

অগপ-বিজেপিৰ আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট। ৩৫ৰ পৰা ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে। বহু আসনত হ’ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা।
1 Min read
1
Assamese

দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ

উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম।
2 Min read
Advertisment