Advertisment

ৰাজনীতি

1
Assamese

আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰ

বিজেপি চৰকাৰে আৰু কিমান অন্যায় কৰিব? লাহে-লাহে গণতন্ত্ৰও শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। 'বিজেপি চৰকাৰ অসমত থাকিলে ভৱিষ্যতে আৰু অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ।
1 Min read
1
Assamese

দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰ

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। বিৰোধী ঐক্য মঞ্চই ভোট চুৰিৰ অভিযোগেৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ । নিৰ্বাচন আয়োগতো অভিযোগ দাখিল বিৰোধী ঐক্য মঞ্চৰ।
2 Min read
1
Assamese

ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মৌলানা বদৰুদ্দিন আজমল! ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF-এ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ। 
2 Min read
1
Assamese

ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

২০২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা। দুই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঢকুৱাখনা, লখিমপুৰত চূড়ান্ত কৰা হ'ল বিজেপিৰ প্ৰাৰ্থী।
1
Assamese

কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ।
2 Min read
1
Assamese

স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰক

স্বাভিমান, আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি। দেশৰ জনতাক ঠগ-প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে। মিঞাৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিঞাবিৰোধী এটাও শব্দ। বিজেপিৰ চতুৰালি এতিয়া বুজি পাইছে অসমৰ ৰাইজে। সৰৱ AJP ৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই।
1 Min read
1
Assamese

বিষয়- ৩ গগৈ। উপাধিকলৈ অসমত ৰাজনীতি নহয়- মুখ্যমন্ত্ৰী

অসমত উপাধিৰ মতে একো নহয়। অখিল গগৈয়ে নাজানে, এইখন অসম বেলেগ। উপাধিক লৈ কৰা ৰাজনীতি ৫০০ বছৰ পূৰ্বেই বন্ধ কৰি থৈ গৈছে শংকৰদেৱে। ৩গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
1
Assamese

কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?

শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিত ৫- ৬জন কাৰ্যকৰ্তা আছে। গতিকে শিৱসাগৰত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই। বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
2 Min read
1
Assamese

'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?

বিজেপি চৰকাৰৰ দিনত বিপন্ন হৈছে গণতন্ত্ৰ। বিজেপিৰ সভালৈ নগ'লে ৰাইজক আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে, এয়াই শেষ ষড়যন্ত্ৰ। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। 
2 Min read
1
Assamese

আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?

২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ পৰা ১৫টা সমষ্টি বিচাৰিছে অসম জাতীয় পৰিষদে। ইতিমধ্যে DY365ৰ হাতত পৰিছে জাতীয় পৰিষদৰ সমষ্টিৰ তালিকা। কোনকেইটা সমষ্টিত প্ৰাৰ্থী দিব অজাপই?
2 Min read
Advertisment