Advertisment

ৰাজনীতি

1
Assamese

৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰী

কংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা-বেচাৰ ৰাজনীতি। ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট। সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বাবে আৰম্ভ হৈছে দৰ-দাম। বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। 
1 Min read
1
Assamese

মিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্‍ সিদ্ধান্ত

’২৬ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ বৃহত্‍ সিদ্ধান্ত। ’২৬ৰ নিৰ্বাচনত ১০০খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। এইপৰ্যন্ত প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা হোৱা নাই যদিও আসন বুজাবুজি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ। 
2 Min read
1
Assamese

প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

আমাৰ প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ। মন্ত্ৰী-বিধায়ক কোন হ'ব সেয়া অৰ্থহীন। ধুবুৰী, দলগাঁও, নাওবৈচা আদিৰ পৰা অসমীয়া আঁতৰি আহিল। স্বদেশ-স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব- মুখ্যমন্ত্ৰী। 
2 Min read
1
Assamese

মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

নিশ্চিত হোৱা নাই অগপ-বিজেপিৰ মাজত আসন বুজাবুজি। কোনকেইটা সমষ্টি পাব অগপই? কোন সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে? ৰাজ্যৰ ভিন্ন সমষ্টিত দুয়োটা দলৰ মাজত আসনক লৈ চলিছে টনা-আজোৰা। 
2 Min read
Thumb
Assamese

পুলিয়ে-পোখাই উৎখাত কৰিম, সৰ্বোচ্চ উজাৰি যুঁজিম! বিজেপিক হুংকাৰ

অসমৰ মাটিৰ পৰা পুলিয়ে-পোখাই উৎখাত কৰিব লাগিব বিজেপিক। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত, সমাজ-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। বিজেপিক হৰুওৱাৰ সংগ্ৰামখনত সৰ্বোচ্চ উজাৰি দিয়াৰ হুংকাৰ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। 
2 Min read
MIYA POLITICS
Assamese

নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে!

কংগ্ৰেছ-AIUDF-এ নহয়, ’২৬ত সংখ্যালঘুৰ ভোট লাগিব বিজেপিকো। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত জমি উঠিছে সংখ্যালঘুৰ ৰাজনীতি। লক্ষ্যণীয়ভাৱে বিজেপিৰ সুৰতে কংগ্ৰেছক আক্ৰমণ আৰম্ভ কৰিছে AIUDF-এ।
2 Min read
Thumb
Assamese

অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

অখিল গগৈ জিকিবই। অখিল গগৈ হিৰো হয়। গতিকে অখিল গগৈয়ে আহি গুৱাহাটীৰ যিকোনো এটা সমষ্টিত নিৰ্বাচন খেলিলেই হ'ল। হঠাৎ মুখ্যমন্ত্ৰীৰ মুখত শুনিবলৈ পোৱা গ'ল অখিল গগৈৰ প্ৰশংসা।
2 Min read
Thumb
Assamese

বিৰোধীৰ বাবে 'চশমাজ্যোতি আঁচনি'! কোন বিধায়কে দাবী কৰিলে 'চশমাজ্যোতি আঁচনি'ৰ?

চৰকাৰে ভাল কাম কৰিলেও দেখা নাপায় বিৰোধীয়ে। চৰকাৰৰ প্ৰতিটো কাম বিৰোধীয়ে সদায় বেয়াই দেখে। বিৰোধীৰ বাবে 'চশমাজ্যোতি আঁচনি'ৰ দাবী মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ। 
2 Min read
Thumb
Assamese

ডিটেনশ্যন ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়কক

নিলম্বিত বিধায়কক লৈ অদ্ভুত যুক্তি মন্ত্ৰী বিমল বৰাৰ।‌ অখিল গগৈক অধ্যক্ষই নিলম্বন কৰাৰ লগে লগে বিধানসভাত মন্ত্ৰী বিমল বৰাই আনিলে এটা বিশেষ প্ৰস্তাৱ।‌ বিমল‌ বৰাৰ‌ মতে কেৱল নিলম্বনেই নহয় ডিটেনশ্যন  ৰুমত ৰাখিব লাগে নিলম্বিত বিধায়কক।
1 Min read
Thumb
Assamese

বিধানসভাৰ মজিয়াত হত্যাৰ প্ৰসংগ!

বিধানসভাৰ মজিয়াত উত্তপ্ত পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ সৈতে অখিল গগৈৰ ব্যক্তিগত পৰ্যায়ত বাক যুদ্ধ। অখিল গগৈক হত্যাকাৰী আখ্যা মুখ্যমন্ত্ৰীৰ। সদনত শুনিবলৈ পোৱা গ'ল অখিল গগৈ মূর্দাবাদ ধ্বনি।
1 Min read
Advertisment