Assamese লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা দেওবাৰে লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ আজাদ নৱজ্যোতি ৰংগমঞ্চ চৌহদত এদিনীয়াকৈ অনুষ্ঠিত হ'ল এই বিনামূলীয়া গ্ৰন্থমেলাখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই বিনামূলীয়া গ্ৰন্থমেলাখন।
Assamese পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।
Assamese গুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট প্ৰথমবাৰৰ বাবে গুৱাহাটীত সংগীতানুষ্ঠান কৰিবৰ বাবে আহিব আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলন। ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীত পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে।
Assamese কেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট? অৱশেষত দিন–বাৰ চূড়ান্ত হ’ল ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট দাখিলৰ দিন। ১২ ডিচেম্বৰত আদালতত চার্জশ্বীট দাখিল কৰিব SIT-এ। সংবাদমেলযোগে ঘোষণা কৰিলে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। চার্জশ্বীট দাখিলৰ পিছতে ৰাজহুৱা হ'ব সকলো কথা।
Assamese উচ্ছেদিতক টকা বিলাই সহায়ৰ হাত বিধায়ক আমিনুল ইছলামৰ উচ্ছেদিতক ধন বিলালে বিধায়ক আমিনুল ইছলামে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত উপস্থিত হৈ কৰিলে উচ্ছেদৰ বিৰোধিতা। 'মুছলমান হোৱাৰ বাবে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত'। 'মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক এনদৰে উচ্ছেদ চলাই আছে'।
Assamese মাহীয়েকৰ ছোৱালীক ভালপোৱা আহমদ আলীৰ ভয়ংকৰ কাণ্ড... কঁপি উঠিব বুকু মাহীয়েকৰ ছোৱালীৰে আহমদ আলীৰ প্ৰেমৰ সম্পৰ্ক। ছাজিদাৰ ঘৰলৈ প্ৰায়েই আহ-যাহ হৈছিল আহমদ আলীৰ। কিন্তু হঠাৎ প্ৰেমিকাৰ পিতৃক নিচাযুক্ত দ্ৰব্য মিহলাই অচেতন কৰি প্ৰেমিকাক হত্যা কৰাৰ অভিযোগ প্ৰেমিক আহমদৰ বিৰুদ্ধে।
Assamese সংখ্যালঘু অধ্যুষিত সমষ্টি দখলৰ ব্লুপ্ৰিন্ট অখিল গগৈৰ! '২৬ৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। কংগ্ৰেছ, AIUDFৰ দুৰ্গত ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ।
Assamese গ্ৰেপ্তাৰ হ’ল ‘লেডী ডন’ গীতা পাণ্ডে অৱশেষত গ্ৰেপ্তাৰ হ’ল শিলচৰৰ ‘লেডী ডন’ গীতা পাণ্ডে। ধন দাবী, অবৈধ বেহাৰে ত্ৰাসৰ সৃষ্টি কৰা গীতা পাণ্ডেক গ্ৰেপ্তাৰ। আৰক্ষী, আদালতত লৈও আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ গীতা পাণ্ডেৰ বিৰুদ্ধে।
Assamese বুলড’জাৰেৰে ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ চামগুৰিৰ ভকতগাঁৱত ৩৮ বিঘা ভূমিত চলিল বুলড’জাৰ প্ৰশাসনৰ। অংগনৱাড়ী কেন্দ্ৰ–চৰকাৰী বিদ্যালয় সকলো চূৰমাৰ বুলড’জাৰত। ঘৰখন ভাঙি চূৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। আশ্ৰয়ৰ বাবে অলপ মাটি বিচাৰি মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদিতৰ।
Assamese হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ব্ৰহ্মপুত্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰময় পৰিৱেশ। নলবাৰী আৰু বৰপেটাৰ সীমান্তৱৰ্তী ঠাই চেঙাৰ বালাট্টাৰী চৰৰ ব্ৰহ্মপুত্ৰত আজি উদ্ধাৰ হয় মৃতদেহটো।