Assameseছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ?ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত শুনানি। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে তদন্তৰ প্ৰতিবেদন। কি পৰিস্থিতিত মৃত্যুক আকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? Mrinmoy Talukdar Jan 14, 2026 15:43 ISTFile Photo 1/5ছিংগাপুৰৰ কৰ’নাৰ্ছ ক’ৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি 2/5ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি উল্লেখ 3/5পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি প্ৰতিবেদন দাখিল কৰে ছিংগাপুৰ আৰক্ষীয়েAdvertisment 4/5জুবিনৰ দেহত মাত্ৰাধিক এলক’হল পোৱা বুলিও উল্লেখ প্ৰতিবেদনত 5/5মৃত্যুৰ সময়ত লগত থকা সাক্ষীৰ ভিডিঅ’ আদালতত উত্থাপন তদন্তকাৰীৰ Zubeen GargAdvertismentAdvertisment Read the Next Article