Advertisment

Zubeen Garg

Thumb
Assamese

ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।
2 Min read
thumb
Assamese

বৰ্ষাপাৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অনুৰাগীয়ে

বৰ্ষাপাৰাত খেল চাবলৈ যোৱা অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ। বেনাৰত অনুৰাগীয়ে লিখিছে, "ধুমুহাৰ সতে মোৰ বহু যূগৰে নাচোন..."। "We Want Justice, আমি ন্যায়লৈ অপেক্ষাৰত"!
2 Min read
Advertisment