Advertisment

Zubeen Garg

THUMB
Assamese

অভিযুক্তৰ মুখত নাই অনুসূচনা, হতভম্ব হাৰ্টথ্ৰ'ৱৰ ভগ্নী

অলপো অনুতপ্ত নহয় জুবিন গাৰ্গ হত্যাৰ আটাইকেইজন অভিযুক্ত। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত আজি আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। শুনানিৰ সময়ত অভিযুক্তৰ মুখত পামী বৰঠাকুৰে নেদেখিলে অনুসূচনা।
Thumb
Assamese

"জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক?

দুদিনীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ মুখত উচ্ছাৰিত নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো জুবিন গাৰ্গক স্মৰণ নকৰাক লৈ অসন্তষ্ট অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। সামাজিক মাধ্যমযোগে দুই নেতাই ব্যক্ত কৰিলে নিজৰ ক্ষোভ।
2 Min read
Thumb
Assamese

মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্ট

সংযমী হৈ আছো, দুৰ্বল নহয়! আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গক ন্যায় দিয়াৰ যুঁজ। জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা গাৰ্গৰ নিন্দাই এতিয়া চৰম সীমা পাইছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে এয়া বুজিবলৈ মই অপাৰগ।
3 Min read
Advertisment