Assameseসংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যুউৰুকাৰ পুৱাই বিদায় মাগিলে ভূপেনদাৰ মৰমৰ কণভাইটিয়ে। সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই। পুৱা ৮.৪৫ বজাত নিজৰাপাৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীজনৰ। Jyotiprasad Sarma Jan 13, 2026 10:23 ISTসংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যু Photograph: (DY365)উৰুকাৰ পুৱাই বিদায় মাগিলে ভূপেনদাৰ মৰমৰ কণভাইটিয়ে সংগীত শিল্পী সমৰ হাজৰিকাৰ আৰু নাই Source: DY365 1/5পুৱা ৮.৪৫ বজাত নিজৰাপাৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীজনৰ দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল বিশিষ্ট শিল্পীগৰাকী 2/5নিউমোনিয়া ৰোগত অসুস্থ হৈ আছিল সমৰ হাজৰিকাৰ 3/5Advertismentবোৱাৰী, উপপথ, প্ৰভাতী পখীৰ গান সমৰ হাজৰিকাৰ উল্লেখযোগ্য চলচ্চিত্ৰ ১৯৬০ৰ পৰা আৰম্ভ হৈছিল হাজৰিকাৰ সংগীতৰ যাত্ৰা 4/5১৯৬৮ত মুক্তি পাইছিল প্ৰথম এলবাম ‘উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী 5/5AdvertismentAdvertisment Read the Next Article