Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

THUMB
Assamese

বৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!

ড্ৰাগছ, গাঞ্জাৰ ঘাটিত যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী! ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ পিছতো যেন একাংশ সৰবৰাহকাৰীয়ে নিতৌ চলাই গৈছে বৰবিহৰ ৰমৰমীয়া বেহা। 
1 Min read
WhatsApp Image 2025-12-07 at 7.40.43 PM
Assamese

চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জন

চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগেৰে উত্তাল ৰাভা হাছং এলেকাধীন অঞ্চল। হাতে হাতে জোঁৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জন।
1 Min read
THUMB
Assamese

ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰ

এগৰাকী সাহসী আৰু কৰ্ম উদ্যমী মহিলাৰ কৰ্মৰাজি এতিয়া সকলোৰে মুখে মুখে চৰ্চিত। নিজৰ কৰ্মত বিশ্বাসী মহিলাগৰাকীয়ে কৰি অহা কৰ্ম এতিয়া বহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস। কথাৰে নহয়, কৰ্মৰে নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈছে বিহপুৰীয়াৰ এগৰাকী মহিলাই।
1 Min read
THUMB
Assamese

লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা

দেওবাৰে লখিমপুৰত অনুষ্ঠিত হ'ল এখন বিনামূলীয়া গ্ৰন্থমেলা। লখিমপুৰৰ আজাদ নৱজ্যোতি ৰংগমঞ্চ চৌহদত এদিনীয়াকৈ অনুষ্ঠিত হ'ল এই বিনামূলীয়া গ্ৰন্থমেলাখন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই বিনামূলীয়া গ্ৰন্থমেলাখন।
2 Min read
THUMB
Assamese

গুৱাহাটীত পপ ষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট

প্ৰথমবাৰৰ বাবে গুৱাহাটীত সংগীতানুষ্ঠান কৰিবৰ বাবে আহিব আন্তঃৰাষ্ট্ৰীয় সংগীতশিল্পী পোষ্ট মেলন। ৮ ডিচেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত সংগীত পৰিৱেশন কৰিব আমেৰিকান পপ ষ্টাৰ পোষ্ট মেলনে।
2 Min read
THUMB
Assamese

কেতিয়া আদালতত দাখিল কৰা হ'ব ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট?

অৱশেষত দিন–বাৰ চূড়ান্ত হ’ল ‘জুবিন হত্যা’ৰ চাৰ্জশ্বীট দাখিলৰ দিন। ১২ ডিচেম্বৰত আদালতত চার্জশ্বীট দাখিল কৰিব SIT-এ। সংবাদমেলযোগে ঘোষণা কৰিলে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। চার্জশ্বীট দাখিলৰ পিছতে ৰাজহুৱা হ'ব সকলো কথা।
2 Min read
THUMB
Assamese

হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাত, ভৰি বন্ধা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি। ব্ৰহ্মপুত্ৰত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হাহাকাৰময় পৰিৱেশ। নলবাৰী আৰু বৰপেটাৰ সীমান্তৱৰ্তী ঠাই চেঙাৰ বালাট্টাৰী চৰৰ ব্ৰহ্মপুত্ৰত আজি উদ্ধাৰ হয় মৃতদেহটো।
1 Min read
THUMB
Assamese

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা!

ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। লাহৰিজান আৰক্ষীৰ পৃথক পৃথক দুটা অভিযানত জব্দ বৃহৎ পৰিমাণৰ বৰবিহ। গ্ৰেপ্তাৰ সৰবৰাহকাৰীক।
2 Min read
THUMB
Assamese

108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ

চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী। চচলত মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি!
2 Min read
THUMB
Assamese

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী

যিটো সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলা সকলক উদ্যমী হৈ নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহ যোগাই আহিছে সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা।
2 Min read
Advertisment