Advertisment
Jyotiprasad Sarma

Jyotiprasad Sarma

THUMB
Assamese

জোনাইত বিধ্বংসী অগ্নিকাণ্ড

ধেমাজিৰ জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড। দহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান, আৱাসগৃহ ভস্মীভূত হয়। অগ্নিকাণ্ডত নষ্ট হয় বহু সা-সম্পত্তি। শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
1 Min read
THUMB
Assamese

১৪ কোটি টকাৰ ড্ৰাগছ জব্দ

ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা! অসম-মণিপুৰ সীমান্তৰ বৰাক নৈৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ। গ্ৰেপ্তাৰ মণিপুৰৰ এটা সৰবৰাহকাৰী। জব্দ ১৫৪টা চাবোনৰ বাকচত ১.৮৮ কেজি হেৰ’ইনসহ ১০ হাজাৰ য়াবা টেবলেট।
2 Min read
THUMB
Assamese

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। গুৰুবন্দনাৰে মুখৰ শোণিতপুৰৰ জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ। লাখ লাখ ভকতক আদৰিবলৈ সম্পূৰ্ণ সাজু জামুগুৰিবাসী।
1 Min read
THUMB
Assamese

পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা

চিএম ভিজিলেন্সে মঙলবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰাক। গুৱাহাটীৰ মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। ইয়াৰ পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা। 
2 Min read
THUMB
Assamese

১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ!

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুনৰ গৰজি উঠিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল(KSDC)। ১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা সংগঠনটোৰ। 
1 Min read
THUMB
Assamese

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীকৈ লোকৰ। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী সামাধান বিচাৰিছে ৰাইজে। 
1 Min read
THUMB
Assamese

মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

নিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী। মাৰুতি বাহনৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা। 
1 Min read
THUMB
Assamese

মিঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ

মিঞা’ৰ বিৰুদ্ধে আন্দোলন আৰম্ভ উজনি অসমত। উজনি অসমৰ শিৱসাগৰত ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিল অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।
2 Min read
THUMB
Assamese

চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salary

সোমবাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ল’ব পাৰিব Advance Salary। স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।
2 Min read
THUMB
Assamese

ম’বাইল এপতে বিয়া!

এতিয়াৰে পৰা ক’ৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগিব আদালতলৈ। ঘৰত বহি ম’বাইল এপ খুলি পাতিব পাৰিব বিয়া! চৰকাৰী অফিচত চলিব AI ব্যৱহাৰ কৰি কাম-কাজ। AIৰ যোগেদি পৰিচালিত হ'ব অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহ।
2 Min read
Advertisment