Assamese ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু বিৰাট কোহলী। বিৰাট কোহলীলে ল'লে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত। সুদীৰ্ঘ ১৫ বছৰৰ পাছত বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী।
Assamese ৰাঁচীৰ ২২ গজত 'ৰো-কো'ৰ অভিলেখ। ভংগ হ'ল শচীন- আফ্ৰিদীৰ ৰেকৰ্ড। ভাৰতীয় ক্ৰিকেটৰ ৰাজহাড় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ২২ গজৰ ভৱিষ্যতক লৈ চৰ্চা চলিছে। কিন্তু প্ৰতিবাৰেই সমালোচকক বেটেৰে শক্তিশালী প্ৰত্যুত্তৰ দিছে দুয়োগৰাকীয়ে। ৰাঁচীত অনুষ্ঠিত প্ৰথমখন এদিনীয়াতো ঐতিহাসিক অভিলেখ গঢ়িলে দুই তাৰকা ক্ৰিকেটাৰে।
Assamese টেষ্ট ক্ৰিকেটলৈ উভতিব বিৰাট কোহলী! টেষ্ট ক্ৰিকেটলৈ ঘূৰি আহিব নেকি বিৰাট কোহলী? শেহতীয়াকৈ টেষ্ট ফৰ্মেটত টীম ইণ্ডিয়াৰ দুৰ্বল প্ৰদৰ্শনৰ পাছতেই বিৰাট কোহলীক লৈ চলিছে বিশেষ চৰ্চা। কিন্তু অৱসৰ প্ৰত্যাহাৰ সন্দৰ্ভত মুকলিকৈ কৈছে বিৰাট কোহলীয়ে।
Assamese মুস্তাক আলী ট্ৰফীত চৰ্চাত অসমৰ মুখতাৰ হুছেইন ছৈয়দ মুস্তাক আলী ট্ৰফীত প্ৰথমটো জয় অসমৰ। পেচ তাৰকা মুখতাৰ হুছেইনৰ বিধ্বংসী বলিঙত দিশহাৰা ছত্তীশগড়। মুখতাৰ হুছেইনৰ বলিং বিক্ৰমত অসমৰ হাতত ৪৮ ৰানত পৰাস্ত ছত্তীশগড়।
Assamese দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়া ঘৰুৱা মাটিতে টাচপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমত দিশহাৰা ভাৰতীয় বেটাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাইটৱাশ্বৰ পাছতেই আন এটা শৃংখলাত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ।
Assamese ৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬।
Assamese কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
Assamese ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।
Assamese আমি এনেকুৱা এখন পিটচ...! পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে- ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
Assamese ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ।