Advertisment

খেলা

Thumb
Assamese

মহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ

মহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ। চুপাৰ চানডেৰ হাইভল্টেজ খেলত ইংলেণ্ডৰ হাতত ৪ ৰানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ বিকল্প নাই টীম ইণ্ডিয়াৰ । 
2 Min read
Thumb
Assamese

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত টীম ইণ্ডিয়া

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মুখঠেকেচা টীম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপৰ সম্মুখত তিষ্ঠিব নোৱাৰি পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। 
2 Min read
Thumb
Assamese

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ।

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। ক্ৰীজত তিষ্ঠিব নোৱাৰিলে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে। বৰষুণে বিধিপথালি জন্মোৱা মেচত ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ১৩৬ ৰান।
2 Min read
Thumb
Assamese

২২ গজৰ পৰাই নিৰ্বাচকক প্ৰত্যুত্তৰ মহম্মদ ছামীৰ

ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰক প্ৰত্যুত্তৰ ষ্টাৰ বলাৰ মহম্মদ ছামীৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰাৰ পাছতে ২২ গজৰ প্ৰদৰ্শনেৰে মুখ্য নিৰ্বাচকক প্ৰত্যুত্তৰ দিলে ছামীয়ে। 
2 Min read
Thumb
Assamese

নিৰ্লজ্জ পাকিস্তান! ভয়ংকৰ আক্ৰমণত ৩ ক্ৰিকেটাৰৰ কৰুণ মৃত্যু

যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানৰ পাক্তিকাত ভয়ংকৰ বিমান আক্ৰমণ পাকিস্তানৰ। পাকিস্তানৰ এই বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰসহ ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।
2 Min read
Thumb
Assamese

২০২৭ৰ বিশ্বকাপ খেলিবনে ৰোহিত-কোহলীয়ে? কি ক'লে গম্ভীৰে-

অনিশ্চয়তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। দীৰ্ঘবিৰতিৰ অন্তত ২২ গজলৈ প্ৰত্যাৱৰ্তন হ'ব দুই তাৰকাৰ। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনে দুয়োগৰাকী খেলুৱৈৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি ধাৰণা কৰিছে একাংশই। 
2 Min read
Thumb
Assamese

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ ৰবীন্দ্ৰ জাদেজাৰ

এক নতুন অভিলেখ টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবীন্দ্ৰ জাদেজাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হ'ল জাদেজা। গৃহভূমিত ৩৭৭টা উইকেট দখল কৰি প্ৰাক্তন স্পীনাৰ হৰভজন সিঙক অতিক্ৰম কৰে জাদেজাই। 
1 Min read
Thumb
Assamese

অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ।

অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। আহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা কেৰিবিয়ান বাহিনীৰ। দিল্লী টেষ্টত জয়েৰে শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। আনহাতে দিল্লী টেষ্ট জয়ৰ পাছতেই কেইবাটাও ৰেকৰ্ড গঢ়িছে টীম ইণ্ডিয়াই।
2 Min read
thumb
Assamese

কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনী

টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টতো বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ দল। কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল কেৰিবিয়ান বাহিনী। ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। 
2 Min read
Thumb
Assamese

ঋষভ পণ্টক অতিক্ৰম, WTCত কেইবাটাও অভিলেখ শুভমন গিলৰ

টেষ্ট ক্ৰিকেটত আন এক অভিলেখ শুভমন গিলৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক অতিক্ৰম কৰে গিলে। পণ্টক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয় গিল। 
2 Min read
Advertisment