Assamese কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
Assamese ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।
Assamese আমি এনেকুৱা এখন পিটচ...! পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে- ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
Assamese ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ।
Assamese কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ? ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে। BCCIৰ স্পষ্ট বাৰ্তা- টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ হ'লে দুই তাৰকাই ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক।
Assamese প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ এক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হবলৈ গৈ আছে গুৱাহাটী। প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ।
Assamese আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান। মৰিগাঁৱৰ মৰিমুছলমানগাঁৱৰ জিয়াউৰ ৰহমান আৰু চেহনাজ খানমৰ সুযোগ্য সন্তান চুহান ৰহমানে পাঞ্জাত দুটাকৈ সোণৰ পদক লাভ কৰি উজলি উঠে।
Assamese অসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত... ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। ছিডনীৰ চিকিত্সালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিৎসাধীন ক্ৰিকেটাৰগৰাকী। বৰ্তমান কেনে আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ?
Assamese ইন্দোৰত অষ্ট্ৰেলিয়ান মহিলা ক্ৰিকেটাৰৰ সৈতে দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড ইন্দোৰত অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলৰ দুই খেলুৱৈক নিৰ্যাতন দুৰ্বৃত্তৰ। CCTVৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকীল খান নামৰ দুৰ্বৃত্তটোক।
Assamese ২২ গজত বিৰাট কোহলীৰ অভিলেখ অৰ্ধশতকীয় ইনিংছেৰে কেইবাটাও অভিলেখ ৰান মেচিন বিৰাট কোহলীৰ। টেণ্ডুলকাৰৰ পাছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ'ল কোহলী।