Advertisment

খেলা

THUMB
Assamese

ৰোহিত-কোহলীৰ বেটিং পৰাক্ৰমত দিশহাৰা অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন এদিনীয়াত বৃহত জয় টীম ইণ্ডিয়াৰ। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বেটিং পৰাক্ৰমত দিশহাৰা অষ্ট্ৰেলিয়াৰ বলাৰ। চিডনীত এদিনীয়া কেৰিয়াৰৰ ৩৩ সংখ্যক শতক অৰ্জন কৰিলে ৰোহিতে। 
1 Min read
thumb
Assamese

নীৰজ চোপ্ৰালৈ ভাৰতীয় সেনাৰ সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদ

অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰালৈ ভাৰতীয় সেনাৰ সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰদান কৰিলে এই বিশেষ সন্মান।
Thumb
Assamese

আশাভংগ ! বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান

আই চি চি মহিলা বিশ্বকাপৰ পৰা বাহিৰ হ'ল পাকিস্তান।  কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ১৫০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান। পৰাজয়ৰ লগে লগে ছেমি ফাইনেলৰ আশা ভংগ পাকিস্তানৰ।  
1 Min read
thumb
Assamese

বিদায় দিলে ক্ৰিকেটক! ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা তাৰকা ক্ৰিকেটাৰৰ

ভাৰতীয় হৈ খেলা জম্মু-কাশ্মীৰৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ পাৰভেজ ৰাছুলৰ অৱসৰ ঘোষণা। ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা কৰে তাৰকা ক্ৰিকেটাৰ পাৰভেজ ৰাছুলে।
Thumb
Assamese

মহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ

মহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ। চুপাৰ চানডেৰ হাইভল্টেজ খেলত ইংলেণ্ডৰ হাতত ৪ ৰানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ বিকল্প নাই টীম ইণ্ডিয়াৰ । 
2 Min read
Thumb
Assamese

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত টীম ইণ্ডিয়া

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মুখঠেকেচা টীম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপৰ সম্মুখত তিষ্ঠিব নোৱাৰি পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। 
2 Min read
Thumb
Assamese

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ।

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। ক্ৰীজত তিষ্ঠিব নোৱাৰিলে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে। বৰষুণে বিধিপথালি জন্মোৱা মেচত ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ১৩৬ ৰান।
2 Min read
Thumb
Assamese

২২ গজৰ পৰাই নিৰ্বাচকক প্ৰত্যুত্তৰ মহম্মদ ছামীৰ

ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰক প্ৰত্যুত্তৰ ষ্টাৰ বলাৰ মহম্মদ ছামীৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰাৰ পাছতে ২২ গজৰ প্ৰদৰ্শনেৰে মুখ্য নিৰ্বাচকক প্ৰত্যুত্তৰ দিলে ছামীয়ে। 
2 Min read
Thumb
Assamese

নিৰ্লজ্জ পাকিস্তান! ভয়ংকৰ আক্ৰমণত ৩ ক্ৰিকেটাৰৰ কৰুণ মৃত্যু

যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানৰ পাক্তিকাত ভয়ংকৰ বিমান আক্ৰমণ পাকিস্তানৰ। পাকিস্তানৰ এই বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰসহ ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।
2 Min read
Thumb
Assamese

২০২৭ৰ বিশ্বকাপ খেলিবনে ৰোহিত-কোহলীয়ে? কি ক'লে গম্ভীৰে-

অনিশ্চয়তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। দীৰ্ঘবিৰতিৰ অন্তত ২২ গজলৈ প্ৰত্যাৱৰ্তন হ'ব দুই তাৰকাৰ। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনে দুয়োগৰাকী খেলুৱৈৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি ধাৰণা কৰিছে একাংশই। 
2 Min read
Advertisment