Assamese আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ ৰবীন্দ্ৰ জাদেজাৰ এক নতুন অভিলেখ টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবীন্দ্ৰ জাদেজাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হ'ল জাদেজা। গৃহভূমিত ৩৭৭টা উইকেট দখল কৰি প্ৰাক্তন স্পীনাৰ হৰভজন সিঙক অতিক্ৰম কৰে জাদেজাই।
Assamese অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। আহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা কেৰিবিয়ান বাহিনীৰ। দিল্লী টেষ্টত জয়েৰে শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। আনহাতে দিল্লী টেষ্ট জয়ৰ পাছতেই কেইবাটাও ৰেকৰ্ড গঢ়িছে টীম ইণ্ডিয়াই।
Assamese কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনী টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টতো বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ দল। কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল কেৰিবিয়ান বাহিনী। ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে।
Assamese ঋষভ পণ্টক অতিক্ৰম, WTCত কেইবাটাও অভিলেখ শুভমন গিলৰ টেষ্ট ক্ৰিকেটত আন এক অভিলেখ শুভমন গিলৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক অতিক্ৰম কৰে গিলে। পণ্টক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয় গিল।
Assamese জয়ছোৱালৰ শতক! ভংগ দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড যশস্বী জয়ছোৱালৰ অপৰাজিত শতকৰ সহায়ত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত দৃঢ় আৰম্ভণি টীম ইণ্ডিয়াৰ। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আজি কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় যুৱ বেটাৰ জয়ছোৱালে।
Assamese মহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ অথলে গ'ল ৰিছা ঘোষৰ বিস্ফোৰক ইনিংছ। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। বিশাখাপট্টনমত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। মহিলা বিশ্বকাপত এয়া প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ।
Assamese গম্ভীৰৰ বাবেই অৱসৰ ল’বলৈ বাধ্য হৈছে ৰোহিত, কোহলী ! গম্ভীৰক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ ভিতৰত গঢ় লৈ উঠিছে এক অস্বস্তিকৰ পৰিৱেশ। ভাৰতীয় দলত এতিয়া এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰ অশ্বিনৰ দৰে খেলুৱৈয়ে আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য হৈছে।
Assamese মুখ খুলিছে ৰোহিতে। "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে..." ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে ৰোহিতে। ৰোহিতে কয়, "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ভাল পাওঁ। মই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি ভাল পাওঁ।
Assamese সপোন পূৰণ নহ'ব নেকি ৰোহিত-কোহলীৰ? কঠোৰ BCCI ! অনিশ্চয়তাৰ দিশে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। ঘৰুৱা ক্ৰিকেটত ব্যৰ্থ হলেই অন্ত হ'ব পাৰে দুই তাৰকাৰ কেৰিয়াৰ। ২০২৭ চনৰ বিশ্বকাপ খেলাকলৈও নাই কোনো নিশ্চয়তা।
Assamese ৰিয়ান পৰাগৰ অৰ্ধশতকৰ হেট্ৰিক, কিন্তু ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন? সুন্দৰ ফৰ্মত থকাৰ পিছতো অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত ভাৰতীয় দলত স্থান লাভ নকৰিলে অলৰাউণ্ডাৰ ৰিয়ান পৰাগে। শেহতীয়াভাৱে অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচৰ শৃংখলাটোত বেটেৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে ৰিয়ানে।