Advertisment

খেলা

Thumb
Assamese

চুপাৰ চানডেত ভাৰতৰ হাতত পুনৰ মুখঠেকেচা পাকিস্তানৰ

চুপাৰ চানডেৰ হাইভল্টেজ খেলত ভাৰতৰ হাতত আকৌ ধৰাশায়ী পাকিস্তান। কলম্বোত অনুষ্ঠিত মহিলা বিশ্বকাপৰ হাইভল্টেজ খেলত ৮৮ ৰানৰ বৃহত ব্যৱধানত পৰাস্ত পাকিস্তান। 
1 Min read
Thumb
Assamese

অপমানিত পাকিস্তান!  মহিলা বিশ্বকাপতো "নো হেণ্ডশ্বেক" বিতৰ্ক

ভাৰতৰ হাতত পুনৰবাৰ বেইজ্জত হ'ল পাকিস্তান। মহিলা বিশ্বকাপৰ আজিৰ খেলখনৰ পূৰ্বে টছৰ সময়ত পাকিস্তানী অধিনায়িকা ফাতিমা ছানাৰ সৈতে হাত মিলাবলৈ অশ্বীকাৰ কৰে ভাৰতৰ অধিনায়িকা হৰমনপ্ৰীত কৌৰে।
1 Min read
Thumb
Assamese

শীঘ্ৰেই আহিব অৱসৰৰ সিদ্ধান্ত! টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে আজি ঘোষণা  হ'ল ভাৰতীয় দল। ৰোহিত শৰ্মাক আতৰাই এদিনীয়া ক্ৰিকেটৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰা হ'ল শুভমন গিলক। এতিয়া প্ৰশ্ন হৈছে টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?
2 Min read
IND VS PAK
Assamese

২২ গজৰ মহাৰণত পুনৰ সমুখ সমৰত ভাৰত পাকিস্তান

মহিলা বিশ্বকাপৰ আটাইতকৈ ৰোমাঞ্চকৰ আৰু প্ৰত্যাশিত মেচখনৰ বাবে সাজু ২২ গজ। ৫ অক্টোবৰত কলম্বোত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলে পাকিস্তানৰ মুখামুখি হ'ব।
2 Min read
thumb
Assamese

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ জয় টীম ইণ্ডিয়াৰ। ভাৰতীয় বলাৰৰ বলিং বিক্ৰমৰ দিশহাৰা হৈ দ্বিতীয় ইনিংছত  ১৪৬ ৰাণতে ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে। দ্বিতীয় ইনিংছতো ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজৰ বলিং বিক্ৰমত বিধ্বস্ত হয় কেৰিবিয়ান বাহিনী।
2 Min read
Thumb
Assamese

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘোষণা হ'ল ভাৰতীয় দল, শুভমন গিলৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্ব

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। সুৰ্যকুমাৰ যাদৱে ভাৰতীয় টি-২০ দলটোক নেতৃত্ব দিয়াৰ লগতে এদিনীয়া শৃংখলাৰ বাবে অধিনায়কৰ দয়িত্ব অৰ্পন কৰা হৈছে তাৰকা বেটাৰ শুভমন গিলক।
2 Min read
thumb
Assamese

টীম ইণ্ডিয়াত ৰোহিত যুগৰ অৱসান

টীম ইণ্ডিয়াত অৱসান ঘটিল ৰোহিত যুগৰ। ৰোহিত শৰ্মাৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াক নেতৃত্ব দিব শুভমন গিলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিল।  
2 Min read
thumb
Assamese

ৰাহুল, জুৰেলৰ শতকেৰে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত দিশহাৰা হৈ পৰিছিল ৱেষ্ট ইণ্ডিজ দল। প্ৰত্যুত্তৰত ৰাহুল, জুৰেলৰ শতকেৰে টীম ইণ্ডিয়াই কৰিছে সুন্দৰ আৰম্ভণি। 
1 Min read
ICC Women World Cup Sana Mir in controversy
Assamese

ICC মহিলা বিশ্বকাপত আজাদ কাশ্মীৰৰ প্ৰসংগ:বিতৰ্কত সানা মিৰ

মহিলা বিশ্বকাপ ২০২৫ত পাকিস্তানৰ কমেণ্টেটৰ সানা মিৰে কৰা এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিশ্বকাপৰ খেলৰ মাজতে কৰা স্বাধীন কাশ্মীৰৰ প্ৰসংগই সৃষ্টি কৰিছে বিৰ্তকৰ।
2 Min read
THUMB
Assamese

বৰ্ষাপাৰাত আজি বিশ্বকাপৰ মহাৰণ, সমুখসমৰত  ভাৰত-শ্ৰীলংকা

ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা মহিলা বিশ্বকাপৰ মহাৰণ। উদ্ধোধনী খেলখনত আজি মুখামুখি হ'ব ভাৰত আৰু শ্ৰীলংকা। উদ্ধোধনী খেলৰ পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। 
2 Min read
Advertisment