Assamese অসমখন প্ৰবীণ ভাই টোগাড়িয়াৰ পৈতৃক সম্পত্তি নহয়ঃ ৰফিকুল ইছলাম প্ৰবীণ ভাই টোগাড়িয়াক উভতি ধৰিলে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। 'অসমখন প্ৰবীণ ভাই টোগাড়িয়াৰ পৈতৃক সম্পত্তি নহয়, শীঘ্ৰে গ্ৰেপ্তাৰ কৰক প্ৰবীণ ভাই টোগাড়িয়াক। দ্বিতীয়বাৰ অসমলৈ আহিলে বিপদ হ'ব টোগাড়িয়াৰ'।
Assamese লোভনীয় দৰমহা ত্যাগ কৰি ৰাজনীতিলৈ কিয় জ্ঞানশ্ৰী বৰা? ড০ জ্ঞানশ্ৰী বৰাই চাকৰি এৰি নিৰ্বাচন খেলাৰ মন মেলিলে। পিছে কোন দলত যোগদান কৰিব সেই কথা খোলাকৈ নক'লেও পুনৰ যে অখিল গগৈৰ ৰাইজৰ দললৈ উভতিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলিব পাৰি।
Assamese মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ! অভয়াপুৰী বিধানসভা সমষ্টিক লৈ শীতল যুদ্ধ চলিছে অগপ আৰু বিজেপিৰ মাজত। অভয়াপুৰী সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে অগপই নিজৰ মতে ৰণকৌশল প্ৰস্তুতি চলোৱাৰ সময়তেই বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চৰ্চা চলিছে সমষ্টিটোত।
Assamese পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰা চিএম ভিজিলেন্সে মঙলবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে নিলম্বিত এচিএছ বিষয়া নূপুৰ বৰাক। গুৱাহাটীৰ মালিগাঁৱৰ নিজা বাসগৃহৰ পৰা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক। ইয়াৰ পূৰ্বে ভূমি জালিয়াতি গোচৰত অভিযুক্ত আছিল নূপুৰ বৰা।
Assamese কোনে কৈছে অসম এতিয়া উন্নয়নৰ শীৰ্ষত? A FOR আপেল নহয়, A FOR ASSAM বুলি বাৰে বাৰে দাবী কৰি অহা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত এতিয়াও পেটৰ তাড়নাত ঘৰ এৰি বহিঃৰাজ্যলৈ যাব লগা হৈছে শ শ যুৱক!
ৰাজনীতি মৰিগাঁৱত BJP টিকটক লৈ বঙহৰ যুঁজ অব্যাহত ! এইবাৰ শাসকীয় দল বিজেপিতো টিকট বিচাৰি প্ৰাৰ্থীৰ মাজত আৰম্ভ হৈছে বঙহৰ যুঁজ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীলৈ প্ৰত্যাহ্বান অনা টিকট প্ৰত্যাশীক চিনি নাপাই বিধায়কগৰাকীয়ে।
Assamese ইডেন গাৰ্ডেনত ঘটিব অভিষেক! ২২ গজত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইটালী প্ৰথমবাৰলৈ ক্ৰিকেট বিশ্বকাপ খেলিব ইটালীয়ে। ফুটবল বিশ্বত নিজৰ আধিপত্য বিস্তাৰৰ পাছত এইবাৰ বিশ্ব ক্ৰিকেটত নিজক প্ৰমাণ কৰিবলৈ সাজু ইটালী। পোনপ্ৰথমবাৰৰ বাবে ২২ গজত আৰু বিশ্বকাপৰ মঞ্চত নিজক প্ৰতিষ্ঠা কৰিবলৈ সাজু ইউৰোপীয়ান দেশখন।
Assamese শুল্ক হ্ৰাসৰ সিদ্ধান্ত আমেৰিকাৰ! মাৰ্কিন ৰাষ্ট্ৰপতিক ধন্যবাদ মোদীৰ ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত। মোদীৰ সৈতে কথা-বতৰাৰ পাছতেই এই ঘোষণা ট্ৰাম্পৰ। ভাৰতীয় পণ্য শুল্ক ২৫%ৰ পৰা হ্ৰাস কৰি ১৮% কৰা হ’ব বুলি ট্ৰাম্পে কৰা ঘোষণাৰ পাছতেই মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
Assamese মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গোচৰ। লতাশিল থানাত গোচৰ ৰুজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াই ৰাজনীতি কৰাৰ অভিযোগেৰে দি অসম চিভিল ছ’চাইটিয়ে ৰুজু কৰিলে গোচৰ।
Assamese উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান? ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে ইটোৰ পাছত সিটো বৃহৎ উচ্ছেদ অভিযান। চৰকাৰী ভুমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে এইবাৰ বৰাক উপত্যকাত চলিছে প্ৰশাসনৰ বুলড'জাৰ।