Advertisment

Assamese

1
Assamese

Who is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰ

'সংখ্যালঘুক বাৰে-বাৰে অপমান কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? আপোনালোকে ধৈৰ্য ধৰক, এজনো মিঞাৰ ওপৰত হাত তুলিলে আমি আইনৰ কাষ চাপিম'। মিঞাক অভয়বাণী দি এই হুংকাৰ মৌলানা বদৰুদ্দিন আজমলৰ।
1 Min read
THUMB
Assamese

১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ!

জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুনৰ গৰজি উঠিল কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল(KSDC)। ১৫ ফেব্ৰুৱাৰীত ৰে'ল পথ অৱৰোধ কাৰ্যসূচী ঘোষণা সংগঠনটোৰ। 
1 Min read
THUMB
Assamese

বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীৰ

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ প্ৰাণ গ'ল দুগৰাকীকৈ লোকৰ। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ বাবে স্থায়ী সামাধান বিচাৰিছে ৰাইজে। 
1 Min read
THUMB
Assamese

মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

নিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী। মাৰুতি বাহনৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা। 
1 Min read
THUMB
Assamese

মিঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ

মিঞা’ৰ বিৰুদ্ধে আন্দোলন আৰম্ভ উজনি অসমত। উজনি অসমৰ শিৱসাগৰত ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিল অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।
2 Min read
1
Assamese

ভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?

টীম ইণ্ডিয়াৰ দুৰ্দান্ত ফৰ্মক লৈ শংকিত পাকিস্তান! ভাৰতৰ হাতত আকৌ এবাৰ ধৰাশায়ী হোৱাৰ ভয়তেই ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে? প্ৰকৃততে কিয় ভাৰতৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ খেলখন বৰ্জন কৰিলে পাকিস্তানে?
2 Min read
1
Assamese

মই হিন্দুও নহয়, মুছলমানো নহয়, দেশজুৰি চৰ্চাত থকা কোন এইজন মহম্মদ দীপক?

মুছলমান ব্যৱসায়ীৰ পক্ষত থিয় হৈ বজৰং দলেৰে যুক্তি তৰ্ক। বজৰং দলে পৰিচয় সোধাত কৈছিল মোৰ নাম মহম্মদ দীপক। ৰাহুল গান্ধীয়ে হিৰো আখ্যা দিয়া দীপক কুমাৰক লৈ দেশজুৰি চৰ্চা। 
2 Min read
1
Assamese

অংক মিলিল, মিত্ৰতা চূড়ান্ত! 3G ফৰ্মূলাৰে আগবাঢ়িব কংগ্ৰেছ,অজাপ,ৰাইজৰ দল!

অৱশেষত একলগ হ’ল ৩ গগৈ। আসন বুজাপৰাৰ নিমিলা অংক কোনোমতে মিলিল। এইপৰ্যন্ত আসনৰ সংখ্যা চূড়ান্ত নহ’লেও মিত্ৰতাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিছে কংগ্ৰেছ-ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ। 
2 Min read
1
Assamese

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ল’ব লাগে আইনী ব্যৱস্থা, গৰজি উঠিল প্ৰাক্তন ন্যায়াধীশ

মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। মিঞা মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল’ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে প্ৰাক্তন ন্যায়াধীশ গোবিন মাথুৰ।
2 Min read
1
Assamese

'২৬ত চৰকাৰ গঠন কৰিলে অসমৰ বাবে কি কাম কৰিব ৰাইজৰ দলে?

কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত? বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যবাসীৰ বাবে কি কি কাম কৰিব ৰাইজৰ দলে? ইতিমধ্যেই বিধানসভা নিৰ্বাচনৰ বাবে অখিল গগৈয়ে মুকলি কৰিছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। পাছে কি কি বিষয়ে স্থান পাইছে এই ইস্তাহাৰত?
2 Min read
Advertisment