Assamese চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salary সোমবাৰে চৰকাৰী চাকৰিয়ালৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা ল’ব পাৰিব Advance Salary। স্বাগত সতীৰ্থ প'ৰ্টেল ২.০ৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বদলিৰ বাবে আবেদন কৰিব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।
Assamese ম’বাইল এপতে বিয়া! এতিয়াৰে পৰা ক’ৰ্ট মেৰেজ কৰিবলৈ আৰু যাব নালাগিব আদালতলৈ। ঘৰত বহি ম’বাইল এপ খুলি পাতিব পাৰিব বিয়া! চৰকাৰী অফিচত চলিব AI ব্যৱহাৰ কৰি কাম-কাজ। AIৰ যোগেদি পৰিচালিত হ'ব অসম চৰকাৰৰ বিভাগসমূহৰ কাম-কাজসমূহ।
অসম এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী । মানকাচৰৰ কুকুৰমাৰা ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা । গুলীচালনাত আহত হয় এটা চোৰাং গৰু সৰবাহকাৰী ।
গুৱাহাটী ''মিঞা খেদক দেশ বচাওঁক'' উজনি অসমত ‘মিঞা’ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন ''মিঞা''ৰ বিৰুদ্ধে তীব্ৰ আন্দোলন উজনিত। উজনি অসম তথা শিৱসাগৰত বাংলাদেশী ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।
Assamese পুনৰ মহানগৰীত গৰজিল আৰক্ষীৰ বন্দুক দুর্ধর্ষ অপৰাধীলৈ বশিষ্ঠ আৰক্ষীৰ গুলী । আৰক্ষীৰ নিদ্ৰাহৰণ কৰি ইখনৰ পাছত সিখনকৈ ঘৰত ডকাইতে চলাইছিল ডকাইতি কাণ্ড। পুৱতি নিশা দহ মাইলত মাধৱ দাস আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় | অসম , গুৱাহাটী assamese
Assamese অসমীয়াৰ হেৰুওৱা পৰিচয় উদ্ধাৰৰ বাবে পৰাক্ৰমেৰে যুঁজিম- মুখ্যমন্ত্ৰী চিলাৰায় আৰু নৰনাৰায়ণে ৰাজত্ব কৰা ভূমিত আজি সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। এচাম আগ্ৰাসী লোকে জাতিটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে।
Assamese আইন-কানুনতকৈ আৰক্ষী ঊৰ্ধ্বত নহয়, আৰক্ষীৰ বিৰুদ্ধে কঠোৰ উচ্চ ন্যায়ালয় আইন-কানুনতকৈ ঊৰ্ধ্বত নহয় আৰক্ষী। অপৰাধীক শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰহে, আৰক্ষীৰ নহয়। অপ্ৰয়োজনীয় কাৰণত গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়।
Assamese মিঞা নহয়, টাৰ্গেট মুছলমান! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান বিধায়কৰ হিমন্ত বিশ্ব শৰ্মাই মিঞাক নহয়, মুছলমানক টাৰ্গেট কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘৃণাৰ দোকান বন্ধ কৰি বিশ্ৰাম লওক। মিঞাক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক আৰু কি আহ্বান জনালে বিধায়ক ৰফিকুল ইছলামে?
Assamese চিন্তা আঁতৰিল, বিশ্বকাপৰ পূৰ্বে সুস্থ হৈছে ষ্টাৰ বেটাৰ তিলক বাৰ্মা শীঘ্ৰেই ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব ষ্টাৰ বেটাৰ তিলক বাৰ্মাই। আঘাতৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পৰা বাদ পৰা তিলক বাৰ্মাই BCCIৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা সেউজ সংকেত লাভ কৰিছে।
Assamese কান্দি লাভ নাই, নাগৰিকত্বৰ প্ৰমাণ দিয়ক! কঠোৰ মুখ্যমন্ত্ৰী 'বাংলাদেশৰ পৰা অহা মানুহে অসমত কেনেকৈ কাম কৰিব পাৰে? আইন মতে গ'লে মিঞাই অসমত ৰিক্সা চলাবই নোৱাৰে। SRৰ ন’টিছ যদি গৈছে, ভাৰতীয় বুলি প্ৰমাণ কৰিলেই হ’ল।