Assamese মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনা মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনা। চৰকাৰী ভূমিত অবৈধভাৱে কয়লা খনন কৰিব গৈ বিস্ফোৰণ। খবৰ অনুসৰি ৩০ জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে।
Assamese ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ এটা অঞ্চল ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ মৰনৈ কোদালধোৱা অঞ্চল। গোৱালপাৰাৰ মৰনৈ কোদালধোৱা উদ্যোগিক বিকাশ কেন্দ্ৰৰ সন্মুখত ইথানল কঢ়িওৱা খালী টেংকাৰ বিস্ফোৰণ।
Assamese শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। গুৰুবন্দনাৰে মুখৰ শোণিতপুৰৰ জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ। লাখ লাখ ভকতক আদৰিবলৈ সম্পূৰ্ণ সাজু জামুগুৰিবাসী।
Assamese গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ? গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰচাৰ বেনাৰ ফালি দিয়াক লৈ তীব্ৰ চাঞ্চল্য। গোৱালপাৰা চহৰৰ মিলন নগৰ, দূৰ্গামন্দিৰ, বাপুজীনগৰ আৰু ভালুকডুবি আদি অঞ্চলত খাইৰুল বাসাৰে ওলমাইছিল নিজৰ বেনাৰ।
Assamese কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতিৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড! বিদ্যালয়ৰ সন্মুখত দোকান খুলি কিশোৰী ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ লগতে শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উঠিছে কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি কলিতা নামৰ এটা লম্পটৰ বিৰুদ্ধে।
Assamese মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 'আপোনালোকে কয় আমি মহাশক্তিমান হ'ম, চন্দ্ৰত ঘৰ সাজিম'। 'কিন্তু ৰিক্সাৱালাক ভাড়াৰ বাবে টকা এটাও দিব নিবিচাৰে'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সাংসদ আছাদুদ্দিন ওৱেইছিৰ।
Assamese উচ্চতম ন্য়ায়ালয়ত মমতা বেনাৰ্জীৰ সৱল যুক্তি। SIRক লৈ বিজেপি আৰু নিৰ্বাচন আয়োগক তুলাধূনা উচ্চতম ন্যায়ালয়ত SIR সন্দৰ্ভত হোৱাৰ শুনানিত উপস্থিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়। আদালতৰ কক্ষত অধিবক্তাৰ ৰূপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
Assamese চুৰি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি...! মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি চুৰি। জাতিৰ পিতা গান্ধীৰ প্ৰতিমূৰ্তি চুৰি হোৱাৰ ঘটনাই আচম্বিত কৰি তুলিছে সকলোকে। অষ্ট্ৰেলিয়াৰ মেলব'র্ন চহৰৰ আউষ্ট্ৰলিয়ান ইণ্ডিয়ান কমিউনিটী চেণ্টাৰৰ পৰা চুৰি হয় মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো।
Assamese 'প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ...' জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত আৱেগিক গৰিমা আজি জুবিন গাৰ্গ আৰু গৰিমাৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট।
Assamese মহন্তৰ হ'ব নেকি অন্ত? কলিয়াবৰ কাৰ? এইবাৰ অগপৰ দুৰ্গ কঁপাব নেকি কংগ্ৰেছে? ১৯৯৬ চনৰে পৰা অগপৰ দখলত থকা কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ কি হ'ব ফলাফল? কলিয়াবৰ দখল কৰিবলৈ শাসক-বিৰোধীৰ তুমুল যুঁজ। '২৬ত কলিয়াবৰৰ নিৰ্বাচনী যুঁজখন হ'ব আকৰ্ষণীয়।